ETV Bharat / sports

প্ৰাইজমানি ঘূৰাই দিয়াৰ হুংকাৰ বজৰংগ পুনিয়াৰ

হাৰিয়ানা চৰকাৰে প্ৰদান কৰা প্ৰাইজমানি ঘূৰাই দিয়াৰ হুংকাৰ দিছে ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই । চৰকাৰে এথলীটক অসন্মান কৰাৰ অভিযোগ আনি এনেদৰে মন্তব্য কৰে তেওঁ ।

author img

By

Published : Jun 26, 2019, 9:59 PM IST

বজৰংগ পুনিয়া

নিউজ ডেস্ক, ২৬ জুন : বিশ্বৰ শীৰ্ষ স্থানৰ ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই শেহতীয়াকৈ হাৰিয়ানা চৰকাৰে এথলীটক অপমান কৰা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে । পুনিয়াই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে, চৰকাৰে এনেদৰে এথলীটক অসন্মান জনাই আহিলে প্ৰাইজমানি ঘূৰাই দিব । উল্লেখ্য যে, এথলীট গৰাকীয়ে প্ৰাইজমানি কমাই দিয়াৰ বাবে টুইটাৰৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল ।

ETV BHARAT ASSAM
বজৰংগ পুনিয়া

খেলুৱৈ গৰাকীৰ এই সমালোচনাৰ পাছতে হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰী অনিল বীজে অন্য ৰাজ্যৰ তুলনাত হাৰিয়ানাই বেছিকৈহে প্ৰাইজমানি প্ৰদান কৰে বুলি মন্তব্য কৰিছিল ।

WILL RETURN PRIZE MONEY IF PLAYERS DISRESPECTED : BAJRANG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.