ETV Bharat / sports

সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ - পশ্চিমবংগৰ স্বাদেশ

সাঁতোৰৰ ল’ৰাৰ 17 বছৰৰ অনুৰ্ধৰ 400 মিটাৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পশ্চিমবংগৰ স্বাদেশ মণ্ডলে ৷ সাঁতোৰত সৰুৰে পৰা আগ্ৰহী স্বাদেশে অধ্যয়নৰ সামন্তৰালকৈ অব্যাহত ৰাখিছে অনুশীলন ৷

west bengal's swadesh mandal got gold in swimming
সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ
author img

By

Published : Jan 18, 2020, 6:54 PM IST

গুৱাহাটী,18 জানুৱাৰীঃ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ তৃতীয় সংস্কৰণত সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ ৷ সাঁতোৰৰ ল’ৰাৰ 17 বছৰৰ অনুৰ্ধৰ 400 মিটাৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পশ্চিম বংগৰ স্বাদেশ মণ্ডলে ৷ সাঁতোৰত সৰুৰে পৰা আগ্ৰহী স্বাদেশে অধ্যয়নৰ সামন্তৰালকৈ অব্যাহত ৰাখিছে অনুশীলন ৷

সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ

খেল’ ইণ্ডিয়াত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে স্বৰ্ণজয়ী স্বাদেশে ৷ নিজৰ এই সাফল্যৰক আৰত প্ৰশিক্ষক আৰু পৰিয়ালৰ সহায় সহযোগিতাৰ কথা ব্যক্ত কৰে স্বদেশে ৷ আনহাতে,উক্ত শাখাত কৰ্ণাটকৰ আনিছ গোডা ৰূপ আৰু কাল্প বোৰাই লাভ কৰে ব্ৰঞ্জৰ পদক ৷

আৰু পঢ়ক-কামৰূপত বিয়াৰ দিনাই নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ দৰা-কইনাৰ

Intro:সাতোৰত সোণৰ পদক লাভ কৰিলে পশ্চিম বংগই। সাতোৰৰ লৰাৰ ১৭ অনুৰ্ধৰ ৪০০ মিটাৰ মেডলিত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল স্বাদেশ মণ্ডলে। এটা সাধাৰণ পৰিয়ালৰ সন্তান স্বাদেশ সৰুৰে পৰা আগ্ৰহী আছিল সাতোৰত। অধ্যয়নৰ সমানে নিজৰ অনুশীলন কৰে পশ্চিম বংগৰ স্বাদেশে। অসমত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেল' ইণ্ডিয়াত ভাগ লৈ নঠৈ আনন্দিত স্বৰ্ণজয়ী কিশোৰজন। নিজৰ এই সাফল্যৰ আৰত প্ৰশিক্ষক আৰু পৰিয়ালৰ সহায় আৰু সহযোগিতা বুলি ক'লে স্বাদেশে। ইফালে উক্ত শাখাত কৰ্ণাটকৰ আনিছ গোডাই ৰূপ আৰু কাল্প বোৰাই লাখ কৰে ব্ৰঞ্জৰ পদক।

Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.