ETV Bharat / sports

খেল জগতৰ এই সপ্তাহৰ শীৰ্ষ পাঁচটা খবৰ - ন’বাক জ’ক’ভিজ

ন’বাক জ’ক’ভিজে উইম্বিলডন চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ বিপৰীতে 21 সংখ্যক ভাৰতীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে ভাৰতীয় পুৰুষ-মহিলা দলটোৱে ৷

খেল জগতৰ এই সপ্তাহৰ শীৰ্ষ পাঁচটা খবৰ
author img

By

Published : Jul 21, 2019, 6:57 PM IST

  1. উইম্বিলডনৰ খিতাপ দখল ন’বাক জ’ক’ভিজৰ ৷ ৰ’জাৰৰ ফেডৰৰক পৰাস্ত কৰি উইম্বিলডনৰ খিতাপ দখল কৰি 16 সংখ্যক গ্ৰেণ্ড শ্লাম লাভ কৰিবলৈ সক্ষম হয় জ’ক’ভিজে ৷ ইপিনে মহিলাৰ শাখাত চিমনা হালেপে ছেৰেনা উলিমায়ছক পৰাস্ত কৰি উইম্বিলডনৰ খিতাপ দখল কৰে ৷
    DJOKOVIC
    উইম্বিলডনৰ খিতাপ দখল ন’বাক জ’ক’ভিজৰ
  2. হিমা দাসৰ পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন ৷ 19 বছৰীয়া হিমাই চেক গণৰাজ্যত ভাৰত তথা অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ 200 মিটাৰ আৰু 400 মিটাৰ শাখাত হিমাৰ এই সাফল্য ৷
    HIMA
    হিমাৰ পঞ্চমটো সোণৰ পদক
  3. 21 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল ভাৰতীয় মহিলা আৰু পুৰুষ দলৰ ৷ পুৰুষ দলটোৱে 3-2 ছেটৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰাৰ বিপৰীতে মহিলা দলটোৱে 3-0 ছেটত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে ৷
    ETV
    21 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল ভাৰতীয় মহিলা আৰু পুৰুষ দলৰ ৷
  4. ইণ্টাৰকণ্টিনেন্টাল কাপৰ চেম্পিয়নৰ খিতাপ দখল উত্তৰ কোৰিয়াৰ ৷ তাজাকিস্তানক 1-0 গ’লত পৰাস্ত কৰি এই সফলতা লাভ কৰে উত্তৰ কোৰিয়াৰ ফুটবল দলটোৱে ৷
    NORTH KOREA
    ইণ্টাৰকণ্টিনেন্টাল কাপৰ চেম্পিয়নৰ খিতাপ দখল উত্তৰ কোৰিয়াৰ
  5. আই চি চি হল অফ ফেমত অন্তৰ্ভূক্ত হ’ল শচীন তেণ্ডুলকাৰৰ নাম ৷ আই চি চিৰ হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা ষষ্ঠজন ভাৰতীয় খেলুৱৈ হ’ল শচীন তেণ্ডুলকাৰ ৷ শচীনৰ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলন ড’নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা খেলুৱৈ কেথৰীনক সন্মানিত কৰা হয় ৷
    SACHIN
    আই চি চি হল অফ ফেমত অন্তৰ্ভূক্ত শচীন তেণ্ডুলকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.