ETV Bharat / sports

সোণালী জয়ন্তী দিৱস উদযাপন দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ - golden jubilee

সফলতাৰে ৫০ টা বছৰ সম্পূৰ্ণ কৰিলে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৷ ১৯৬৯ চনৰ 26 জুলাইতে গঠন কৰা হৈছিল দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা ৷

সোণালী জয়ন্তী দিৱস উদযাপন দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ
author img

By

Published : Jul 26, 2019, 8:39 PM IST

স্পৰ্টছ ডেস্ক, 26 জুলাইঃ সোণালী জয়ন্তী পালন দক্ষিণ কামৰূপৰ ক্ৰীড়াৰ অগ্ৰনি সংগঠন মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ ৷ সফলতাৰে ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিলে সন্থাটোৱে । ১৯৬৯ চনত আজিৰ দিনতে স্থাপিত হৈছিল দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ ৷ ইয়াৰ পৰাই প্ৰশিক্ষণ গ্ৰহণ কৰা বহু খেলুৱৈক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে ৷

সোণালী জয়ন্তী দিৱস উদযাপন দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ

সোণালী জয়ন্তী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামখনত । সামূহিক দৌৰৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱা অনুষ্ঠানখনত ৫০খন পতাকা উত্তোলন, স্মৃতিৰোপন, বৃক্ষৰোপন আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ লগতে বিয়লি ভাগত দক্ষিণ কামৰূপ মিডিয়া বনাম দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰা হয় ।

Intro:দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সোনালী জয়ন্তী দিৱস উদযাপন ।Body:Ocvo..দক্ষিণ কামৰূপৰ ক্ৰীড়াৰ অগ্ৰনি সংগঠন মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই সফলতাৰে গৰকিলে ৫০টা বৰ্ষ । ১৯৬৯ চনত আজিৰ দিনতে স্থাপিত হোৱা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পৰা বিভিন্ন প্ৰতিভাসম্পন্ন খেলুৱৈৰ জন্ম হৈ ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি এই সোনালী জয়ন্তী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰা হয় দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত । ৰাতিপুৱাই সামুহিক দৌৰৰ কাৰ্যসুচী শুভাৰম্ভ কৰে সমাজকৰ্মী তথা ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসে,তাৰপিছতে ৫০খন পতাকা উত্তোলন,স্মৃতিৰোপন,বৃক্ষৰোপন আদি কাৰ্যসুচী ৰূপায়ন কৰা হয় ।Conclusion:ইয়াৰ পিছতে আবেলি দক্ষিণ কামৰূপ মিডিয়া বনাম দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুস্থিত কৰা হ'ব ।

Bite1…ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাস ।
Bite2…উদ্যোগতা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.