ETV Bharat / sports

'প্ৰেছিডেন্টছ কাপ'ত স্বৰ্ণ জয় শিৱ থাপাৰ

শিৱ থাপাই কাজাখাস্তানত অনুষ্ঠিত 'প্ৰেছিডেন্টছ কাপ'ত 63 কেজি শাখাত স্বৰ্ণ জয় কৰিছে ৷ বিনা প্ৰতিদ্বন্দিতাৰে ফাইনেলত জয়ী হৈ স্বৰ্ণ জয় কৰে থাপাই ৷

author img

By

Published : Jul 20, 2019, 11:39 PM IST

'প্ৰেছিডেন্টছ কাপ'ত স্বৰ্ণ জয় শিৱ থাপাৰ

স্পৰ্টছ ডেস্ক, 20 জুলাই : শনিবাৰে ভাৰতীয় বক্সাৰ শিৱ থাপাই কাজাখাস্তানত অনুষ্ঠিত 'প্ৰেছিডেন্টছ কাপ'ত 63 কেজি শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ৷ স্বৰ্ণ জয়ৰ এই যুঁজত শিৱ থাপাই কাজাখাস্তানৰ প্ৰতিদ্বন্দী জাকিৰ ছাফিউল্লিনৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব লাগিছিল যদিও জাকিৰক আঘাতপ্ৰাপ্ত ঘোষণা কৰা হয় ৷ ইয়াৰ ফলত বিনা প্ৰতিদ্বন্দিতাৰে ফাইনেলত জয়ী হৈ স্বৰ্ণ জয় কৰে থাপাই ৷

উল্লেখ্য যে, 25 বৰ্ষীয় ভাৰতীয় বক্সাৰ গৰাকীয়ে ছেমি ফাইনেলৰ যুঁজত কাজাখাস্তানৰে আৰ্গন কাডিৰিবেকেলুক 4 - 1 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ উন্নীত হৈছিল ৷

SHIVA THAPA WINS GOLD AT PRESIDENT'S CUP IN KAZAKHSTAN

কাজাখস্তানত 'প্ৰেছিডেন্টছ কাপ'ত স্বৰ্ণ জয় শিৱ থাপাৰ

স্পৰ্টছ ডেস্ক, 20 জুলাই : শনিবাৰে ভাৰতীয় বক্সাৰ শিৱ থাপাই কাজাখস্তানত অনুষ্ঠিত 'প্ৰেছিডেন্টছ কাপ'ত 63 কেজি শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ৷ স্বৰ্ণ জয়ৰ এই যুঁজত শিৱ থাপাই কাজাখস্তানৰ প্ৰতিদ্বন্দী জাকিৰ ছাফিউল্লিনৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব লাগিছিল যদিও জাকিৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লগা হয় ৷

উল্লেখ্য যে, 25 বৰ্ষীয় ভাৰতীয় বক্সাৰ গৰাকীয়ে ছেমি ফাইনেলৰ যুঁজত কাজাখস্তানৰে আৰ্গন কাডিৰিবেকেলুক 4 - 1 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ উন্নীত হৈছিল ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.