ETV Bharat / sports

বক্সিং ৰিঙত প্ৰত্যাৱৰ্তনৰ পূৰ্বে ডেৰ মাহ সময়ৰ প্ৰয়োজন হ'বঃ বিকাশ কৃষ্ণণ - কৰ'ণা ভাইৰাছ

ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণণৰ গুৰুত্বপূৰ্ণ মন্তব্য় । কৰ'ণা ভাইৰাছৰ পূৰ্বে যি পৰিস্থিতি আছিল সেই পৰিস্থিতিত পুনৰ অৱতীৰ্ণ হ'বলৈ অধিক কষ্ট কৰিব লাগিব বুলি কয় খেলুৱৈগৰাকীয়ে ।

need month and a half before i can return to the ring says vikas krishan

author img

By

Published : Jun 22, 2020, 7:20 PM IST

Updated : Jun 22, 2020, 7:42 PM IST

স্পৰ্টছ ডেস্ক, 22 জুনঃ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত হোৱা এছিয়ান আৰু কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ী খেলুৱৈ বিকাশ কৃষ্ণণৰ শেহতীয়া স্থিতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য় ।

এক সংবাদ সংস্থাক দিয়া মন্তব্য়ত খেলুৱৈগৰাকীয়ে কৈছে, লক্ ডাউনতো নিজকে ফিট ৰাখিবলৈ নিজৰ সামান্য়তম অনুশীলন সমূহ অব্য়াহত ৰাখিছিলো । মই বিগত এমাহ এজন বন্ধুৰ সৈতে আছিলো । যি নিজেও এজন বক্সাৰ । আমি একেলগে আমাৰ অনুশীলন কৰিছিলো । কিন্তু বাসগৃহত সেই ধৰণৰ অনুশীলন কৰিবলৈ সমৰ্থ হোৱা নাছিল বুলিও জানিবলৈ দিয়ে খেলুৱৈগৰাকীয়ে ।

বক্সিং ৰিঙত প্ৰত্যাৱৰ্তন পূৰ্বে ঢেৰ মাহ সময়ৰ প্ৰয়োজন হ'ব : বিকাশ কৃষ্ণণ

তেওঁ লগতে কয়, প্ৰত্যেক এথলীট বিভিন্ন ধৰণৰ আৰু প্ৰত্যেকৰ শৰীৰো বেলেগ ধৰণৰ । মোক নিজৰ সৰ্বশ্ৰেষ্ঠ ফৰ্মত উপনীত হ'বলৈ অতি কমেও ডেৰ মাহ সময়ৰ প্ৰয়োজন হ'ব । তেতিয়াহে মই পেশাগত বক্সিঙত নামিব পাৰিম ।

আনহাতে শেহতীয়া স্থিতি সন্দৰ্ভত খেলুৱৈগৰাকীয়ে কয়, প্ৰথম অৱস্থাত মই মানুহক এই কঠিন সময়ত অধিক দুঃখিত নহ'বলৈ বাৰ্তা দিবলৈ চেষ্টা কৰিছিলো । কিন্তু বিগত এমাহে মই নিজ ঘৰত থাকি দুঃখিত হৈ পৰিছিলো । কাৰণ যেতিয়া এটা বস্তু আপুনি 10-20 বছৰ ধৰি কৰি আহে আৰু হঠাৎ সেই কামটো বন্ধ হৈ পৰে তেতিয়া পুনৰ এক বেলেগ ধৰণে দেখা পোৱা যায় ।

কিন্তু মোৰ বাবে ভাল লগা কথা এইটো আছিল যে, মই বিগত দুটা মাহে ইয়াক ৰখাবলৈ সক্ষম হৈছিলো । অৱশেষত আমি ভিৱানীত আহি উপস্থিত হৈছো । য'ত আমি কোৱাৰেণ্টাইনত আছো আৰু ইয়াৰ কিছু দিন পাচতেই নিজৰ সামান্য অনুশীলন আৰম্ভ কৰিম বুলি কয় খেলুৱৈগৰাকীয়ে ।

Last Updated : Jun 22, 2020, 7:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.