ETV Bharat / sports

২০২৩ চনৰ ক্ৰীড়া বঁটা ঘোষণা; মহম্মদ শ্বামীলৈ অৰ্জুন বঁটা - Rankireddy Satwik Sai Raj

National Sports Award 2023: ঘোষণা হ’ল ২০২৩ চনৰ ক্ৰীড়া বঁটা ৷ মহম্মদ শ্বামীলৈ আগবঢ়োৱা হৈছে অৰ্জুন বঁটা ৷ অহা বৰ্ষৰ ৯ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ব বঁটাসমূহ ৷

National Sports Award 2023
Arjuna Awards 2023
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:40 PM IST

Updated : Dec 21, 2023, 9:38 AM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ: বুধবাৰে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৩ৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে । সেই অনুসৰি বেডমিণ্টনলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে চিৰাগ চন্দ্ৰশেখৰ শ্বেট্টী আৰু ৰেংকিৰেড্ডী সাতৱিক সাই ৰাজক ২০২৩ চনৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ’ব । ২০২৩ চনৰ ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শনৰ বাবে আন ২৬ গৰাকী ক্ৰীড়াবিদে অৰ্জুন বঁটা লাভ কৰিব । ভাৰতীয় দলৰ হৈ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ক্ৰিকেটাৰ মহম্মদ শ্বামীকো অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

২০২৪ চনৰ ৯ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত বিশেষভাৱে আয়োজিত অনুষ্ঠানত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব।

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা ২০২৩ প্ৰাপকসকল হৈছে

  1. চিৰাগ চন্দ্ৰশেখৰ শেট্টী (বেডমিণ্টন)
  2. ৰেংকিৰেড্ডী সাতৱিক সাই ৰাজ (বেডমিণ্টন)

২০২৩ চনৰ ক্ৰীড়া জগতত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা লাভ কৰা সকল হৈছে-

  1. ওজাছ প্ৰবীণ দেওতালে (ধনুৰ্বিদ্যা)
  2. অদিতি গোপিচন্দ স্বামী (ধনুৰ্বিদ্যা)
  3. শ্ৰীশংকৰ এম (এথলেটিকছ)
  4. পাৰুল চৌধুৰী (এথলেটিকছ)
  5. মহম্মদ হুছামুদ্দিন (বক্সিং)
  6. আৰ বৈশালি (দবা)
  7. মহম্মদ শ্বামী (ক্ৰিকেট)
  8. অনুশ আগৰৱালা (অশ্বাৰোহী)
  9. দিব্যকৃত সিং (অশ্বাৰোহী ড্ৰেছেজ)
  10. দীক্ষা দাগৰ (গ’ল্ফ)
  11. কৃষণ বাহাদুৰ পাঠক (হকী)
  12. পুখ্ৰম্বম সুশিলা চানু (হকী)
  13. পৱন কুমাৰ (কাবাডী)
  14. ঋতু নেগী (কাবাডী)
  15. নাছৰিন (খোখো)
  16. এম এছ পিংকি (লন বাউলছ)
  17. ঐশ্বৰী প্ৰতাপ সিং টোমৰ (শ্বুটিং)
  18. এম এছ এশা সিং (শ্বুটিং)
  19. হৰিন্দৰ পাল সিং সন্ধু (স্কুৱাছ)
  20. আয়হিকা মুখাৰ্জী (টেবল টেনিছ)
  21. সুনীল কুমাৰ (মল্লযুঁজ)
  22. এম এছ এন্টিম (মল্লযুঁজ)
  23. নাওৰেম ৰোছিবিনা দেৱী (উশ্বু)
  24. শীতল দেৱী (পেৰা আৰ্চাৰী)
  25. ইলুৰি অজয় কুমাৰ ৰেড্ডী (দৃষ্টিহীন ক্ৰিকেট)
  26. প্ৰাচী যাদৱ (পেৰা কেন’ইং)

২০২৩ চনৰ ক্ৰীড়াত অসাধাৰণ প্ৰশিক্ষকৰ বাবে দ্ৰোণাচাৰ্য বঁটা

  1. ললিত কুমাৰ (মল্লযুঁজ)
  2. আৰ বি ৰমেশ (দবা)
  3. মহাবীৰ প্ৰসাদ ছাইনী (পেৰা এথলেটিকছ)
  4. শিবেন্দ্ৰ সিং (হকী)
  5. গণেশ প্ৰভাকৰ দেৱৰুখকৰ (মল্লখম্ব)

২০২৩ চনৰ ক্ৰীড়া জগতৰ জীৱনজোৰা সাধনা ধ্যান চান্দ বঁটা:

  1. মঞ্জুশা কানৱাৰ (বেডমিণ্টন)
  2. বিনীত কুমাৰ শৰ্মা (হকী)
  3. কবিতা চেলভাৰজ (কাবাডী)

লগতে পঢ়ক: আই পি এল 2024 ত কোন খেলুৱৈ থাকিব কোন দলত ?

Last Updated : Dec 21, 2023, 9:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.