ETV Bharat / sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰলৈ অগ্ৰসৰ মেৰী কম

ৰাছিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে মেৰী কমে ৷ থাইলেণ্ডৰ জুটমাছ জিটপঙক 5-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে মেৰী কম ৷

author img

By

Published : Oct 9, 2019, 9:10 AM IST

মেৰী কম

স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে ৰাছিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে ৷ থাইলেণ্ডৰ জুটমাছ জিটপঙক 5-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে মেৰী কম ৷

51 কে.জি. শাখাত জিটপঙক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰে মেৰী কমে ৷

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰলৈ অগ্ৰসৰ মেৰী কম
মেৰী কম আৰু কিৰেণ ৰিজিজু

মেৰী কমৰ এই সাফল্যৰ পাছতে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে টুইটাৰৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে মেৰী কমক ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.