স্পৰ্টছ ডেস্ক, ২৫ এপ্ৰিলঃ আই এছ এছ এফ বিশ্বকাপৰ 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত স্বৰ্ণ পদক অৰ্জন দুই ভাৰতীয়ৰ ৷ চীনৰ প্ৰতিদ্বন্দী খেলুৱৈ জিয়াং ৰাংজিন আৰু পাং ৱেই ক 16-6 ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক লাভ মানু-সৌৰভৰ । এই সফলতাৰ লগে-লগে এই প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে এই দুই প্ৰতিভাৱান শ্বুটাৰে ৷
-
The 10m Air Pistol Mixed team of @realmanubhaker & #SaurabhChaudhary won the gold 🥇at @ISSF_Shooting Rifle & Pistol World Cup in Beijing following a comprehensive 16-6 win over China in the gold medal clash.
— SAIMedia (@Media_SAI) April 25, 2019 " class="align-text-top noRightClick twitterSection" data="
Many congratulations! #TOPSAthlete@Ra_THORe @OfficialNRAI #KheloIndia pic.twitter.com/mbNnKcQndQ
">The 10m Air Pistol Mixed team of @realmanubhaker & #SaurabhChaudhary won the gold 🥇at @ISSF_Shooting Rifle & Pistol World Cup in Beijing following a comprehensive 16-6 win over China in the gold medal clash.
— SAIMedia (@Media_SAI) April 25, 2019
Many congratulations! #TOPSAthlete@Ra_THORe @OfficialNRAI #KheloIndia pic.twitter.com/mbNnKcQndQThe 10m Air Pistol Mixed team of @realmanubhaker & #SaurabhChaudhary won the gold 🥇at @ISSF_Shooting Rifle & Pistol World Cup in Beijing following a comprehensive 16-6 win over China in the gold medal clash.
— SAIMedia (@Media_SAI) April 25, 2019
Many congratulations! #TOPSAthlete@Ra_THORe @OfficialNRAI #KheloIndia pic.twitter.com/mbNnKcQndQ
আৰু পঢ়ক : এছিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ছাইনা
ইয়াৰ পূৰ্বে দিল্লীত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল দুই ভাৰতীয় যুটিয়ে। মানু আৰু সৌৰভৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল অঞ্জুম মুদগিল আৰু দিব্যাংশ পানৱাৰে ।