ETV Bharat / sports

টকিঅ’ অলিম্পিকঃ শ্বুটিঙত ভাৰতৰ অভিলেখ সংখ্যক যোগ্যতা অৰ্জন - নেশ্বন্যেল ৰাইফল এশ্ব’ছিয়েচন অফ ইণ্ডিয়া

এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় শ্বুটাৰ সুন্দৰ প্ৰদৰ্শনৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অভিলেখ সংখ্যক ভাৰতীয় শ্বুটাৰৰ ৷

শ্বুটিঙত অলিম্পিকলৈ যোগ্যতা অৰ্জনত অভিলেখ ভাৰতৰ
author img

By

Published : Nov 11, 2019, 3:16 PM IST

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ: দোহাত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত সফলতা অৰ্জন অংগদ বীৰ সিং বাজৱা, মেৰাজ আহমদ খান আৰু যুৱ শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিং তৌমাৰৰ ৷ ইয়াৰ লগে লগে শ্বুটিঙত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা খেলুৱৈৰ সংখ্যা হয় গৈ 15 জন ৷ যিটো বিগত বৰ্ষৰ অলিম্পিক কোটাতকৈ সৰ্বাধিক ৷ 2016 ৰিঅ' অলিম্পিকত ভাৰতে লাভ কৰিছিল 12 টা অলিম্পিক কোটা আৰু 2012 লণ্ডন অলিম্পিকত লাভ কৰিছিল 11 টাকৈ কোটা ৷

ভাৰতীয় শ্বুটাৰৰ সুন্দৰ প্ৰদৰ্শন
ভাৰতীয় শ্বুটাৰৰ সুন্দৰ প্ৰদৰ্শন

ভাৰতৰ এই প্ৰদৰ্শনৰ পাচতেই নেশ্বন্যেল ৰাইফল এশ্ব’ছিয়েচন অফ ইণ্ডিয়াৰ অধ্যক্ষ ৰণইন্দৰ সিঙে টুইট কৰি প্ৰশংসা কৰে খেলুৱৈ সকলক ৷ তেওঁ কয়, তেওঁৰ আশা কৰাতকৈ ভাৰতীয় দলটোৱে অধিক কোটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

অলিম্পিক কোটা লাভ কৰা খেলুৱৈ সকল-

  1. অঞ্জুম ম’দগিল : মহিলা 10 মিটাৰ এয়াৰ ৰাইফল- বিশ্ব চেম্পিয়নশ্বিপ
  2. অপূৰ্বী চন্দেলা : মহিলা 10 মিটাৰ এয়াৰ ৰাইফল- বিশ্ব চেম্পিয়নশ্বিপ
  3. সৌৰভ চৌধুৰী : পুৰুষ 10 মিটাৰ এয়াৰ পিষ্টল- ISSF বিশ্বকাপ
  4. দিব্যাংছ সিং পংৱাৰ : পুৰুষ 10 মিটাৰ এয়াৰ ৰাইফল- ISSF বিশ্বকাপ
  5. অভিষক বৰ্মা : পুৰুষ 10 মিটাৰ এয়াৰ পিষ্টল- ISSF বিশ্বকাপ
  6. ৰাহী চৰন’ৱত : মহিলা 25 মিটাৰ পিষ্টল- ISSF বিশ্বকাপ
  7. মনু ভাকৰ : মহিলা 10 মিটাৰ এয়াৰ পিষ্টল- ISSF বিশ্বকাপ
  8. সঞ্জীৱ ৰাজপুত : পুৰুষ 50 মিটাৰ 3 পজিচন ৰাইফল- ISSF বিশ্বকাপ
  9. যশস্বিনী সিং দেসৱাল : মহিলা 10 মিটাৰ এয়াৰ পিষ্টল- ISSF বিশ্বকাপ
  10. দীপক কুমাৰ : 10 মিটাৰ এয়াৰ ৰাইফল- এছিয়ান চেম্পিয়নশ্বিপ
  11. চিংকী যাদৱ : মহিলা 25 মিটাৰ পিষ্টল- এছিয়ান চেম্পিয়নশ্বিপ
  12. তেজস্বনী সাৱন্ত : মহিলা 50 মিটাৰ 3 পজিচন ৰাইফল- এছিয়ান চেম্পিয়নশ্বিপ
  13. ঐশ্বৰ্য প্ৰতাপ সিং তৌমাৰ : পুৰুষ 50 মিটাৰ 3 পজিচন ৰাইফল- এছিয়ান চেম্পিয়নশ্বিপ
  14. অংগদ বীৰ সিং বাজৱা : পুৰুষৰ স্কীট- এছিয়ান চেম্পিয়নশ্বিপ
  15. মেৰাজ অহমদ খান : পুৰুষৰ স্কীট- এছিয়ান চেম্পিয়নশ্বিপ

লগতে চাওক- মুকলি হ'ল ৰনবীৰ সিঙৰ নতুন ছবি ‘83’ ৰ নতুন প’ষ্টাৰ

Intro:Body:

olypmic quota

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.