ETV Bharat / sports

খে’ল ইণ্ডিয়া 2020: তৃতীয় দিনা জুড’ত সফলতা দিল্লী-গুজৰাটৰ - khelo india 2020 3rd day

খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ জুড’ প্ৰতিযোগিতাত দেওবাৰে গুজৰাট আৰু দিল্লী খেলুৱৈৰ বিশেষ সফলতা ৷

খে’ল ইণ্ডিয়া 2020: তৃতীয় দিনা জুড’ত সফলতা দিল্লী-গুজৰাটৰ

author img

By

Published : Jan 13, 2020, 1:47 AM IST

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃ গুৱাহাটীত চলি থাক খেল’ ইণ্ডিয়া যুৱ গেমছৰ তৃতীয় দিনৰ অন্তত গুজৰাট দলটোৱে বৰ্তমান লৈকে ৫ টা সোণ, ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে মুঠ 15 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে জুড’ ৪০ কে জি শাখাত অংকিতা নাগহেৰা, ৪৪ কেজি শাখাত সোণাল দনদিয়া, ৪৮ কেজি শাখাত চাহিন দাৰ্জেদা, ৬৩ কেজিত সন্ধিয়া ৰাথোৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০০০ মিটাৰ দৌৰ (২১ অনুৰ্ধ্বৰ) প্ৰতিযোগিতাত অজিত কুমাৰে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

গুজৰাট দলৰ প্ৰশিক্ষক

এইবাৰৰ খেল’ ইণ্ডিয়াত অধিক পদৰে শীৰ্ষ দহটা স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব বুলি আশাবাদী গুজৰাটৰ খেলুৱৈ তথা প্ৰশিক্ষকসকল। ইফালে খেল’ ইণ্ডিয়াৰ আয়োজন প্ৰক্ৰিয়াকলৈ খুবেই সুখী গুজৰাটৰ দলটো । উল্লেখযোগ্য যে, ৰাজ্যখনৰ মুঠ ১৭৮ গৰাকী খেলুৱৈয়ে ২০ টাকৈ ইভেন্টত অংশগ্ৰহণ কৰিছে।

খে’ল ইণ্ডিয়া 2020  জুড’ প্ৰতিযোগিতা
খে’ল ইণ্ডিয়া 2020 জুড’ প্ৰতিযোগিতা

আনহাতে দিল্লী দলটোৱে দেওবাৰে জুড’ত দুটাকৈ আৰু 3000 মিটাৰ দৌৰত এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ছোৱালীৰ 17 অনুৰ্ধ্বৰ 63 কেজি শাখাত নন্দিনী ভাটছে অসমৰ ধৰিত্ৰী সোণোৱালক পৰাস্ত কৰি আৰু ধীৰাজে ল’ৰা 17 অনুধৰ্ব শাখাৰ 81 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

তৃতীয় দিনা জুড’ত সফলতা দিল্লী-গুজৰাটৰ

ইপিনে শনিবাৰে জুড’ত দিল্লীৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছিল তান্সিকা ট’কাছে ৷ বৰ্তমান দিল্লীয়ে 8 টা সোণ, 6 টা ৰূপ আৰু 9 টা ব্ৰঞ্জ পদকেৰে খেল’ ইণ্ডিয়াৰ পদক তালিকাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

Intro:খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত গুজৰাটৰ খেলুৱৈ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে ৰাজ্যখনৰ খেলুৱৈৰ আত্মবিশ্বাস। বৰ্তমান ৫টা সোণ, ৫টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে জুদ' ৪০ কে জি শাখাত অংকিতা নাগহেৰা, ৪৪ কেজি শাখাত সোণাল দনদিয়া, ৪৮ কেজি শাখাত চাহিন দাৰ্জেদা, ৬৩ কেজিত সন্ধিয়া ৰাথোৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০০০ মিটাৰ দৌৰ (২১ অনুৰ্ধৰ) প্ৰতিযোগিতাত অজিত কুমাৰে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। এইবাৰৰ খেলো ইণ্ডিয়াত অধিক পদৰে শীৰ্ষ স্থান অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব বুলি আশাবাদী গুজৰাটৰ খেলুৱৈ তথা প্ৰশিক্ষণসকল। ইফালে খেলো ইণ্ডিয়াৰ আয়োজন প্ৰক্ৰিয়াকলৈ খুবেই সুখী গুজৰাটৰ দলটো। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ ১৭৮গৰাকী খেলুৱৈয়ে ২০টাকৈ ইভেন্টত অংশগ্ৰহণ কৰিছে।
Byte- প্ৰশিক্ষক, খেলুৱৈ

Body:Guwahati

Conclusion:Hirul haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.