ETV Bharat / sports

বিশ্বকাপত আশা কৰা ধৰণে ফল দেখুৱাব পৰা নাই ভাৰতীয় শ্বুটাৰে - বিশ্বকাপত আশা কৰা ধৰণে ফল দেখুৱাব পৰা নাই ভাৰতীয় শ্বুটাৰে

ভাৰতৰ শ্বুটাৰ ক্ৰমে পাৰিনাজ ধালিৱাল আৰু মৈৰাজ আহমাদ খান আৰু গণিমত চেখোন আৰু অঙ্গদ বাজৱাই ক্ৰমে সপ্তম আৰু দশম স্থান লাভ কৰে । শনিবাৰে সমাপ্ত হোৱা স্কীটৰ পুৰুষৰ দলৰ প্ৰতিযোগিতাত ভাৰতে এটা ব্ৰঞ্জৰ পদক লাভ কৰে ।

বিশ্বকাপত আশা কৰা ধৰণে ফল দেখুৱাব পৰা নাই ভাৰতীয় শ্বুটাৰে

author img

By

Published : Feb 28, 2021, 7:58 PM IST

স্পৰ্টছ ডেস্ক,২৮ ফেব্ৰুৱাৰী: আন্তৰ্জাতিক শ্বুটিং স্পোৰ্টছ ফেডাৰেচন বিশ্বকাপত স্কীট মিশ্ৰিত দলৰ প্ৰতিযোগিতাত ভাৰতৰ শ্বুটাৰ ক্ৰমে পাৰিনাজ ধালিৱাল আৰু মৈৰাজ আহমাদ খান আৰু গণিমত চেখোন আৰু অঙ্গদ বাজৱাই ক্ৰমে সপ্তম আৰু দশম স্থান লাভ কৰে ।

পৰিনাজ আৰু মাইৰাজে একত্ৰিত প্ৰচেষ্টাৰে অৰ্হতা ৰাউণ্ডত ১৫০ ৰ ভিতৰত ১৩৭ স্ক'ৰত সমাপ্ত কৰে । ৰাছিয়াৰ দল এটা আৰু চেক গণৰাজ্যই শনিবাৰে ১৩৮ স্ক'ৰেৰে ব্ৰঞ্জ পদক লাভ কৰে । আনহাতে ভাৰতীয় গণিমত আৰু অঙ্গদ দুয়োজনে ১৩৪ ৰ শ্বুট কৰি দশম স্থানত শেষ কৰে । ৰাছিয়া দলে ফাইনেলত পোলেণ্ড দলক দুটা শাখাত ৩৫-৩১ ত পৰাজয় কৰি প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ।

ৰাছিয়াৰ দলবোৰে স্কীট দলৰ প্ৰতিযোগিতাত তিনিটা সোণৰ পদকেৰে পদকৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । শনিবাৰে সমাপ্ত হোৱা স্কীটৰ পুৰুষৰ দলৰ প্ৰতিযোগিতাত ভাৰতে এটা ব্ৰঞ্জৰ পদক লাভ কৰে । ইফালে ভাৰতকে ধৰি ১০ খন ৰাষ্ট্ৰই এতিয়ালৈকে পদক লাভ কৰিবলৈ সক্ষম হৈছে । সোমবাৰে ট্ৰেপ প্ৰতিযোগিতা আৰম্ভ হ'ব ।

লগতে পঢ়ক:ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.