ETV Bharat / sports

সাঁতুৰৰ অলিম্পিক দৌৰত থমকিল ভাৰত

author img

By

Published : Sep 29, 2019, 7:46 PM IST

Updated : Sep 29, 2019, 8:38 PM IST

এছিয়ান আয়ু বৰ্গ চেম্পিয়নশ্বিপত সফলতা ভাৰতীয় সাঁতুৰদলৰ ৷ সফলতা অৰ্জন কৰিও থমকি ৰ’ল অলিম্পিকৰ যাত্ৰালৈ ৷

Asian Age Group C'ships

স্পৰ্টছ ডেস্ক, 29 ছেপ্টেম্বৰঃ বেংগালুৰুত অনুষ্ঠিত হোৱা দশম এছিয়ান আয়ু বৰ্গ চেম্পিয়নশ্বিপত পদক লাভৰে অভিলেখ ভাৰতৰ ৷ 15 টা স্বৰ্ণ, 19 টা ৰূপ আৰু 18 টা ব্ৰঞ্জৰ পদকেৰে মুঠ 52 টা পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ কিন্তু এই অভিলেখ সংখ্যক প্ৰদৰ্শনৰ পিচতো 2020 টকিঅ’ অলিম্পিকৰ কোৱালিফিকেশ্বনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহয় এজনো ভাৰতীয় সাঁতুৰবিধে ৷ ইয়াৰ বিপৰীতে এই প্ৰতিযোগিতাত মুঠ 47 টা স্বৰ্ণ পদক সহ 79 টা পদকেৰে শীৰ্ষ স্থান দখল জাপানে ৷

Asian Age Group C'ships
এছিয়ান আয়ু বৰ্গ চেম্পিয়নশ্বিপৰ প্ৰতিদ্বন্দী

ইয়াৰ পূৰ্বে উজবেকিস্তানত অনুষ্ঠিত হোৱা নৱম সংস্কৰণত ভাৰতে 5 টা সোণ, 13 টা ৰূপ আৰু 22 টা ব্ৰঞ্জ সহ মুঠ 40 টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ETV
Last Updated : Sep 29, 2019, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.