ETV Bharat / sports

কুৰি বছৰীয়া হ'ল ধিং এক্সপ্ৰেছ হিমা দাস - মা কামাখ্যা মন্দিৰত জন্মদিন উদযাপন হিমা দাসৰ

2000 চনত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ অন্যতম খেলুৱৈ হিমা দাসে ৷ আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰত নিজৰ জন্মদিন উদযাপন কৰে হিমাই ৷

Hima Das turns 20, celebrates her Birthday at Maa Kamakhya Temple
কুৰি বছৰীয়া হ'ল ধিং এক্সপ্ৰেছ হিমা দাস
author img

By

Published : Jan 10, 2020, 12:02 AM IST

গুৱাহাটী, 9 জানুৱাৰীঃ 20 বছৰীয়া হ'ল অসমৰ অন্যতম খেলুৱৈ হিমা দাস ৷ 2000 চনৰ 9 জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰিছিল স্বৰ্ণকন্যা হিমাই ৷ নিজৰ জন্মদিনটোত হিমাই উপস্থিত হয় গুৱাহাটীস্থিত কামাখ্যা মন্দিৰত ৷

Hima Das turns 20, celebrates her Birthday at Maa Kamakhya Temple
কামাখ্যা মন্দিৰত নিজৰ জন্মদিন উদযাপন হিমা দাসৰ

পৰিয়ালৰ সৈতে মা-কামাখ্যাৰ আশীষ লৈ সমাজত শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ মাৰ ওচৰত প্ৰাৰ্থনা কৰে স্বৰ্ণকন্যাই ৷

কুৰি বছৰীয়া হ'ল ধিং এক্সপ্ৰেছ হিমা দাস

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত খেলো ইণ্ডিয়াত অংশগ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰে হিমাই ৷ অৱশ্যে খেলো ইণ্ডিয়াত অংশগ্ৰহণ নকৰিলেও যুৱ ক্ৰীড়া সমাৰোহৰ সকলো কাৰ্যসূচীতে জড়িত থকাৰ কথা প্ৰকাশ কৰে হিমা দাসে ৷ কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়াৰ শুভাৰম্ভনি অনুষ্ঠানত সকলো ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনায় হিমা দাসে ৷

Intro:২০ বছৰ বয়সত ভৰি দিলে ধিং এক্সপ্ৰেছ হিমা দাস। ২০০০ বৰ্ষৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল দেশৰ গৌৰৱ হিমা দাসে। ওপজা দিনটোত মা কামাখ্যা ধামত উপস্থিত হয় স্বৰ্ণকন্যা। পৰিয়ালৰ লগতে সমাজত শান্তি সম্প্ৰীতি অটুট থকাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰিলে হিমা দাসে। স্বৰ্ণকন্যাক কাষৰ পৰা চাবলৈ অনুৰাগীৰ ভিৰ মা কামাখ্যা মন্দিৰত। ইফালে গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াত অংশগ্ৰহণ নকৰাৰ কথা জনালে হিমা দাসে। অৱশ্যে প্ৰতিযোগিতাত ভাগ নল'লেও যুৱ সমাৰোহখনিৰ লগত জড়িত থাকিব। খেলো ইণ্ডিয়াই অসমত এক ইতিহাস ৰচিবলৈ গৈ আছে বুলি উল্লেখ কৰে ধিং এক্সপ্ৰেছ হিমা দাসে। ইপিনে কাইলৈ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়াৰ শুভাৰম্ভণি অনুষ্ঠানলৈ সকলো ৰাইজকে আমন্ত্ৰণ জনালে হিমাই। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.