ETV Bharat / sports

৫ জুলাইৰ পৰা আৰম্ভ হ'ব ফৰ্মুলা ওৱান প্ৰতিযোগিতা - অষ্ট্ৰিয়ান গ্ৰেণ্ড প্ৰিক্সৰ সৈতে ফৰ্মুলা ওৱান

শেহতীয়া কোভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফৰ্মুলা ওৱান প্ৰতিযোগিতাৰ ১০ খন খেল স্থগিত ৰখা হয় । এই খেল অহা ৫ জুলাইৰ পৰা আৰম্ভ হ'ব ।

আৰম্ভ হ'ব ফৰ্মুলা ওৱান
আৰম্ভ হ'ব ফৰ্মুলা ওৱান
author img

By

Published : May 31, 2020, 3:20 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে': অষ্ট্ৰিয়া চৰকাৰৰ ঘোষণা । আগন্তুক ৫ জুলাইৰ পৰা অষ্ট্ৰিয়ান গ্ৰেণ্ড প্ৰিক্সৰ সৈতে ফৰ্মুলা ওৱান প্ৰতিযোগিতা আৰম্ভ হ'ব । ইফালে এটি ৱেব চাইটে জানিবলৈ দিয়া অনুসৰি, স্পীলবাৰ্গৰ ৰেড বুল ৰিঙত এই প্ৰতিযোগিতাৰ প্ৰথম F1 ডাবল হেডাৰ হ'ব পাৰে আৰু দ্বিতীয়খন খেল দ্বিতীয় সপ্তাহত আৰম্ভ হ'ব পাৰে । অৱশ্যে দুয়োখন প্ৰতিযোগিতা দৰ্শকে মুকলিকৈ চাব নোৱাৰিব ।

আৰম্ভ হ'ব ফৰ্মুলা ওৱান
আৰম্ভ হ'ব ফৰ্মুলা ওৱান

অষ্ট্ৰিয়াৰ স্বাস্থ্য মন্ত্ৰী ৰুডোল্ফ অংশোবৰে জনোৱা মতে, ফৰ্মুলা ওৱানৰ আয়োজকে গ্ৰহণ কৰা ব্যাপক সুৰক্ষাৰ পিছতহে এই প্ৰতিযোগিতাৰ অনুমতি প্ৰদান কৰা হয় । উল্লেখ্য যে, শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে ফৰ্মুলা ওৱান ২০২০ৰ মুঠ ১০ খন খেল স্থগিত ৰখা হৈছে । এই বৰ্ষত অষ্ট্ৰিয়ান গ্ৰেণ্ড প্ৰিক্স হৈছে প্ৰথমখন ৰেচ প্ৰতিযোগিতা । আনহাতে এই খেলৰ অনুশীলনৰ লেখীয়াকৈ ব্ৰিটিছ চৰকাৰে ১ জুনৰ পৰা এখন খেল আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে । এই ঘোষণাই অষ্ট্ৰিয়ান গ্ৰেণ্ড প্ৰিক্সৰ সৈতে ফৰ্মুলা ওৱানক আগবঢ়াত সহায় কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.