ETV Bharat / sports

তেজপুৰত মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা - মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা

12 ফেব্ৰুৱাৰীত তেজপুৰত আয়োজন কৰা হয় মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত 4x100 মিটাৰ দৌৰ, শ্বট পুট, ডিচকাছ, জেভিলন, হাই জাম্প, লং জাম্প অনুষ্ঠিত হয় ৷

তেজপুৰত মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা

author img

By

Published : Feb 13, 2020, 8:24 AM IST

তেজপুৰ, 13 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ আন জিলাৰ লগতে 12 ফেব্ৰুৱাৰীত তেজপুৰত আয়োজন কৰা হয় মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা ৷ এই উপলক্ষে আয়োজন কৰা সভাত জিলা ক্ৰীড়া বিষয়া খিনিন্দ্ৰ মুদৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ, উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উক্ত প্ৰতিযোগিতা 11 টা শাখাত উন্নয়ন খণ্ড ভিত্তিত অনুষ্ঠিত হয় ৷ তাত মহিলাসকলৰ মাজত 4x100 মিটাৰ দৌৰ, শ্বট পুট, ডিচকাছ, জেভিলন, হাই জাম্প, লং জাম্প অনুষ্ঠিত হয় ৷

তেজপুৰত মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা

জিলা ক্ৰীড়া বিষয়া খিনিন্দ্ৰ মুদৈয়ে ভাষণ প্ৰসংগত কয় যে এই প্ৰতিযোগিতাখনে ভিতৰুৱা অঞ্চলৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহি মহিলাক সুবিধা প্ৰদান কৰিব আৰু তাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰাৰ সুবিধা হ'ব ৷

লগতে পঢ়কঃ এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.