ETV Bharat / sports

National Kickboxing Championship ত ৮ টা সোণৰ পদকসহ মুঠ ৩৯ টা পদক লাভ অসম দলৰ - কিক্ বক্সিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য ৷ ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত ৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৯ টা পদক লাভ কৰে অসম দলে ৷ সদৌ অসম কিক্ বক্সিং ফেডাৰেছনৰ সাধাৰণ সম্পাদক মাষ্টাৰ আহমেদ আশ্ৰফৰ নেতৃত্বত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দলটোৱে (Assam Team in National Kickboxing Championship) ৷

Assam Team in National Kickboxing Championship
ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য
author img

By

Published : Feb 17, 2023, 8:37 PM IST

ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

লখিমপুৰ, ১৭ ফেব্ৰুৱাৰী: নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সামৰণি পৰে (National Kickboxing championship in Delhi) । প্ৰতিযোগিতাখনত অসমৰ পৰা অংশগ্রহণ কৰা ৪৯ জনীয়া দলটোৱে মুঠ ৩৯ টা পদক লাভ কৰিবলৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় (Assam Team in National Kickboxing Championship) । কিক্ বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ উদ্যোগত আৰু দিল্লী কিক্ বক্সিং সন্থাৰ সহযোগত ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপখন ৷

ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপখনত চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰা অসমৰ দলটোৱে ৮ টা সোণৰ পদক, ১৬ টা ৰূপৰ পদক আৰু ১৫টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৯ টা পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় (Assam win Gold in National Kickboxing Championship) । সদৌ অসম কিক্ বক্সিং ফেডাৰেছনৰ সাধাৰণ সম্পাদক মাষ্টাৰ আহমেদ আশ্ৰফৰ নেতৃত্বত দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷ অসম দলটোত ৰেফাৰী হিচাপে উপস্থিত থাকে মাষ্টাৰ হামিদ আশ্ৰফ আৰু ঋতুৰাজ বিশ্বকৰ্মা । টীম মেনেজাৰ হিচাপে অংশ লয় বিশাল মিজৰে (National Kickboxing championship in Delhi)।

লগতে পঢ়ক: National Sqay Martial Arts Championships: পাঁচটাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে মৰাণৰ প্ৰণীতাই

ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা খেলুৱৈসকল হ’ল ক্ৰমে

ফাইট ইভেণ্টত: পূৰবী সোণোৱাল, ঘৃতম ভূঞা, অনু দেৱী, স্নেহা দেৱী আৰু একলব্য বিশ্বকৰ্মা ।

এৰৌ কিকং বক্সিঙত: মদন ঠাকুৰী আৰু স্বাতী গর্খা ঢাকাল,

মিউজিকেল ফৰ্মতছ একলব্য বিশ্বকৰ্মা

ৰূপৰ পদ-

ফাইট ইভেন্টত: যতীন দাস, নিৰজ আচাৰ্য, প্ৰনিছ ৰিজাল, পুনম দাস, অংকুৰ ৰিজাল, কৰম লামচাল, লমাছ খনাল, বিশ্বজিৎ পৌৰেল, স্বাতী গোর্খা ঢাকাল, নয়ন মগৰ, প্ৰিয়ংকা শর্মা, ৰিননি দেৱী আৰু দীপ্তি দাহাল ৷

এৰৌ-কিক-বক্সিং: স্মিতা ঢাকাল আৰু প্ৰিন্স গোর্খা ঢাকাল ।

মিউজিকেল ফৰ্ম: প্ৰত্যুছপান দত্ত ।

ব্ৰঞ্জৰ পদ-

ফাইট ইভেন্টত: মৃদুপৱন ডেকা, প্ৰত্যুষ্প্ৰাণ দত্ত, সুন্দৰ ছেত্ৰী, কিষাণ মণ্ডল, ৰাহোল চাপকতা, মন্দাকিনি নেওগ, অনিত কৈৰালা, ভাস্কৰ ধূঙগানা, অনামিকা দেৱী, ওম মগৰ ।

এৰৌ-কিক-বক্সিং: সপোনজ্যোতি ভূঞা, স্বপ্নৰাজ হাজৰিকা ।

মিউজিকেল ফৰ্ম: প্ৰত্যুষ্প্ৰাণ দত্ত, ঘৃতম ভূঞা আৰু মৃদুপৱন ডেকা ।

লগতে পঢ়ক: Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.