ETV Bharat / sports

আইএছএছএফ বিশ্বকাপ ফাইনেললৈ যোগ্যতা অৰ্জন 14 ভাৰতীয় শ্বুটাৰৰ - চীনৰ পুটিয়ান

অভিলেখ সংখ্যক 14 জনকৈ ভাৰতীয় শ্বুটাৰে আগন্তুক আইএছএছএফ বিশ্বকাপ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ এই 14 জনৰে অঞ্জুম মৌদগিল আৰু মনু ভাকেৰে দুটাকৈ ইভেন্টৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, চীনৰ পুটিয়ানত নৱেম্বৰৰ 17 তাৰিখৰ পৰা 23 তাৰিখলৈ বিশ্বকাপ ফাইনেল অনুষ্ঠিত হ'ব ৷

আইএছএছএফ বিশ্বকাপ ফাইনেললৈ যোগ্যতা অৰ্জন 14 ভাৰতীয় শ্বুটাৰৰ
author img

By

Published : Sep 4, 2019, 11:00 PM IST

স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : অভিলেখ সংখ্যক 14 জনকৈ ভাৰতীয় শ্বুটাৰে আগন্তুক আইএছএছএফ বিশ্বকাপ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ এই 14 জনৰে অঞ্জুম মৌদগিল আৰু মনু ভাকেৰে দুটাকৈ ইভেন্টৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

যোগ্যতা অৰ্জনকাৰী খেলুৱৈ সকল হৈছে -
দিব্যাঞ্চ সিং পনোৱাৰ (10 মিটাৰ এয়াৰ ৰাইফল পুৰুষ)
অখিল চৌৰান আৰু সঞ্জীৱ ৰাজপুত (50 মিটাৰ ৰাইফল পুৰুষ)
সৌৰভ চৌধাৰী, অভিষেক বাৰ্মা আৰু ছাহজাৰ ৰিজবি (10 মিটাৰ এয়াৰ পিষ্টল পুৰুষ)
অনিশ ভানৱালা (25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল পুৰুষ)
অঞ্জুম মৌদগিল, অপূৰ্বী চাণ্ডেলা, ইলাভেনিল ভেলাৰিভান আৰু মেহুলি ঘোষ (10 মিটাৰ এয়াৰ ৰাইফল মহিলা)
অঞ্জুম মৌদগিল (50 মিটাৰ ৰাইফল মহিলা)
য়াশাশ্বিনী দেশৱাল আৰু মনু ভাকেৰ (10 মিটাৰ এয়াৰ পিষ্টল মহিলা)
ৰাহি ছৰ্নুৱাট আৰু মনু ভাকেৰ (25 মিটাৰ পিষ্টল মহিলা)

উল্লেখ্য যে, চীনৰ পুটিয়ানত নৱেম্বৰৰ 17 তাৰিখৰ পৰা 23 তাৰিখলৈ বিশ্বকাপ ফাইনেল অনুষ্ঠিত হ'ব ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.