ETV Bharat / sports

শীঘ্ৰেই ক্লাৱ ফুটবল কেৰিয়াৰ সামৰিব জাভিয়ে

author img

By

Published : May 3, 2019, 12:21 PM IST

ভৱিষ্য়তে বাৰ্চিলোনা ক্লাৱতে প্ৰশিক্ষক ৰূপে থকাৰ মন জাভি ফাৰ্ণাণ্ডেজৰ

শীঘ্ৰেই ক্লাৱ ফুটবল কেৰিয়াৰ সামৰিব জাভিয়ে

স্পৰ্টছ ডেস্ক,৩ মেঃ শীঘ্ৰেই ক্লাৱ ফুটবলৰ বৰ্ণময় কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিব বাৰ্চিলোনা ফুটবল ক্লাৱৰ তাৰকা মিডফিল্ডাৰ জাভি ফাৰ্ণাণ্ডেজে। চলিত ছিজনেই তেওঁৰ কেৰিয়াৰৰ শেষৰটো ছিজন বুলি ব্যক্ত কৰিলে ফুটবলাৰ গৰাকীয়ে। ভৱিষ্যতে প্ৰশিক্ষক ৰূপে বাৰ্চিলোনা ফুটবল ক্লাৱৰ সৈতে জড়িত থকাৰ ইচ্ছা প্ৰকাশ কৰিছে জাভিয়ে।

১৯৯৮ চনৰ পৰাই বাৰ্চিলোনা ফুটবল ক্লাৱৰ সৈতে জড়িত থাকি ৭৬৭ খন মেচত অংশলৈ ৮৫ টাকৈ গ'ল স্কৰ কৰিছে জাভিয়ে। উল্লেখযোগ্য যে,২০০০ চনৰ পৰা ২০১৪ চনলৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলত স্পেইনৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল জাভিয়ে।

xavi hernandez retire from club football

শীঘ্ৰেই ক্লাৱ ফুটবল কেৰিয়াৰ সামৰিব জাভিয়ে
 
ভৱিষ্য়তে বাৰ্চিলোনা ক্লাৱতে প্ৰশিক্ষক ৰূপে থকাৰ মন জাভি ফাৰ্ণাণ্ডেজৰ

স্পৰ্টছ ডেস্ক,৩ মেঃ  শীঘ্ৰেই ক্লাৱ ফুটবলৰ বৰ্ণময় কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিব বাৰ্চিলোনা ফুটবল ক্লাৱৰ তাৰকা মিডফিল্ডাৰ জাভি ফাৰ্ণাণ্ডেজে । চলিত ছিজনেই তেঁওৰ কেৰিয়াৰৰ শেষৰটো ছিজন বুলি ব্যক্ত কৰিলে ফুটবলাৰ গৰাকীয়ে । ভৱিষ্যতে প্ৰশিক্ষক ৰূপে বাৰ্চিলোনা ফুটবল ক্লাৱৰ সৈতে জড়িত থকাৰ ইচ্ছা প্ৰকাশ কৰিছে জাভিয়ে ।

১৯৯৮ চনৰ পৰাই বাৰ্চিলোনা ফুটবল ক্লাৱৰ সৈতে জড়িত থাকি ৭৬৭ খন মেচত অংশলৈ ৮৫ টাকৈ গ'ল স্কৰ কৰিছে জাভিয়ে । উল্লেখযোগ্য যে,২০০০ চনৰ পৰা ২০১৪ চনলৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলত স্পেইনৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল জাভিয়ে । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.