ETV Bharat / sports

মুম্বাই-নৰ্থ ইষ্টৰ খেল ড্ৰ: ইটিভি ভাৰতৰ আগত কি ক'লে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সমৰ্থকে!! - নৰ্থ ইষ্ট ইউনাইটেড এফ চি বাতৰি

দৰ্শকৰে পৰিপূৰ্ণ সৰুসজাইৰ ইন্দিৰা গান্ধী এটলেটিকছ ষ্টেডিয়াম হাইভল্টেজ খেলত মুম্বাই চিটি এফ চিৰে 2-2 গলত পইন্ট ভগালে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ৷  সৰুসজাইত ঘৰুৱা দলক ব্যাপক সৰ্মথন ৷

মুম্বাই-নৰ্থ ইষ্টৰ খেল ড্ৰ: ইটিভি ভাৰতৰ আগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সমৰ্থকে!!

author img

By

Published : Nov 28, 2019, 5:09 AM IST

গুৱাহাটী, 27 নৱেম্বৰ: বুধবাৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এটলেটিকছ ষ্টেডিয়াম অনুষ্ঠিত হৈ গল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চিৰ মাজৰ উত্তেজনাপূৰ্ণ মেচ ৷ হাইভল্টেজ মেচখন দুয়োটা দলে দুই-দুই গল কৰি ড্ৰ খেলি পইন্ট ভগাই লয় ৷ অতিশয় গুৰুত্বপূৰ্ণ মেচখনত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই ৷ ঘৰুৱা দৰ্ষকৰ হৰ্ষোল্লাসেৰে মুখৰিত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামৰ মেচখনৰ প্ৰথম 9 মিনিটত ঘৰুৱা দলৰ হৈ ট্ৰিএডিছে প্ৰথমটো গল স্কৰ কৰে আৰু তাৰ পাছতেই এমিনে ছাৰমিটিয়ে 22 মিনিটত গল দি মুম্বাইৰ হৈ সমতা স্থাপন কৰে ৷ 32 মিনিটত ছাৰমিটিয়ে নিজৰ দ্বিতীয়টো গল কৰে যদিও 42 মিনিটত ঘৰুৱা দলৰ হৈ এছামুআহ জ্ঞানে আৰু এক গল যোগে সমতা স্থাপন কৰে ৷ পূৰ্বতে দুখনকৈ খেলত জয় আৰু দুখন খেলত ড্ৰ'ৰেৰে আত্মবিশ্বাসী হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বুধবাৰ মেচৰ পাছত ড্ৰ খেলৰ সংখ্যা তিনিখনলৈ বৃদ্ধি পালে ।

মুম্বাই-নৰ্থ ইষ্টৰ খেল ড্ৰ: ইটিভি ভাৰতৰ আগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সমৰ্থকে!!

যি নহওক নিজ মাটিত ঘৰুৱা দলে দ্ৰ' খেলিলেও নৰ্থ ইষ্ট ৰ প্ৰৰ্দশনক লৈ খুবেই উৎফুল্লিত দলটোৰ সমৰ্থকসকল ৷ সমৰ্থকসকল এইবাৰ তেওঁলোকৰ প্ৰিয় দলটো ছেমি ফাইনেলত প্ৰৱেশ কৰিব বুলি আশাবাদী ৷ চাও আহক মেচৰ পাছত সৰুসজাইত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কি কলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সমৰ্থক সকলে!!

আৰু পঢ়ক: বুধবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাইৰ চিটিৰ উত্তেজনাপূৰ্ণ মেচ

Intro:গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চিৰ মহাযুজ।

২-২ গলৰ ব্যৱধানত মেচ ড্ৰ।

Body:ফুটবল প্ৰেমীৰ মাজত ব্যাপক উছাহ।

ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামৰ পৰা হিৰুল হকৰ প্ৰতিবেদন।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.