ETV Bharat / sports

‘নৰ্থ ইষ্ট ইউনাইটেড এফ চি’ৰ প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীৰ সংবাদমেল

author img

By

Published : Oct 18, 2019, 9:30 PM IST

20 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগৰ ষষ্ঠ সংস্কৰণ ৷ মহানগৰীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামৰ সভাগৃহত সংবাদমেল ৰবাৰ্ট জাৰ্নীৰ ৷

ISL NEUFC PRESS MEET

স্পৰ্টছ ডেস্ক, 18 অক্টোবৰ: পুনৰ ফুটবল জ্বৰত আক্ৰান্ত হ’ব দেশবাসী ৷ অহা 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISLৰ ষষ্ঠ সংস্কৰণ। আই এছ এলৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব কেৰালা ব্লাষ্টাৰছ আৰু এথলেটিক’ ডি কলকাতাৰ মাজত । ইতিমধ্যেই আই এছ এলৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কৰ্তৃপক্ষই ।

নৰ্থ ইষ্ট ইউনাইটেড এফ চি
নৰ্থ ইষ্ট ইউনাইটেড এফ চি

ইফালে 21 অক্টোবৰত বেংগালুৰু এফ চিৰ বিৰুদ্ধে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি । ইতিমধ্যে খেলৰ বাবে কঠোৰ অনুশীলন চলাই আছে দলটোৱে । শুকুৰবাৰে মহানগৰীৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ সভাগৃহত এক সংবাদমেল সম্বোধন কৰি দলৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে। আই এছ এল ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈসকল সম্পূৰ্ণ প্ৰস্তুত বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে ।

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সংবাদমেল

এইবাৰ খেলুৱৈসকলৰ শাৰীৰিক ক্ষেত্ৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে। আনহাতে 26 অক্টোবৰত গৃহভূমি সৰুসজাই ষ্টেডিয়ামত দিল্লী ডাইনামোছৰ বিৰুদ্ধে মুখামুখি হ’ব ঘৰুৱা দলটো। মুঠৰ ওপৰত আই এছ এলত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে দেহে কেহে লাগিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটো । আই এছ এলৰ 2019-20 বৰ্ষৰ বাবে এইবাৰ দলত চুক্তিবদ্ধ কৰা হৈছে আৰ্জেন্টিনাৰ 34 বছৰীয়া ষ্ট্ৰাইকাৰ মেক্সিমিলিয়ান বেৰিৰিঅ'ক ৷

Intro:অহা ২০ তাৰিখৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগৰ ষষ্ঠ সংস্কৰণ। আই এছ এলৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব কেৰেলা ব্লাষ্টাৰ আৰু এথেলেকডী কলকাতাৰ মাজত। ইতিমধ্যেই আই এছ এলৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কৰ্তৃপক্ষই। ইফালে ২১ তাৰিখে বাংগালোৰু এফ চিৰে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি। খেলৰ বাবে কঠোৰ অনুশীলন চলাই আছে দলটোৱে। শুকুৰবাৰে মহানগৰীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামৰ সভাগৃহ এক সংবাদমেল সম্বোধন কৰি দলৰ প্ৰস্তুতিৰ কথা জনাই প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে। আই এছ এলৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈসকল সম্পূৰ্ণ প্ৰস্তুত বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে।

Body:তাৰোপৰি খেলুৱৈসকলৰ শাৰীৰিক ক্ষেত্ৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে। আনহাতে ২৬ অক্টোবৰ তাৰিখে সৰুসজাই ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ'ব দিল্লী ডাইনামোছৰে। মুঠৰ ওপৰত আই এছ এলত শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে দেহে কেহে লাগিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটো।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.