ETV Bharat / sports

কলিংগ ষ্টেডিয়াম পৰিদৰ্শন ফিফাৰ প্ৰতিনিধি দলৰ

author img

By

Published : Nov 30, 2019, 1:46 PM IST

ভূৱেনশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ পৰিদৰ্শন কৰিলে ফিফাৰ প্ৰতিনিধি দলে ৷ পৰিদৰ্শন কৰি অ’লিবৰ ব’গৰ মন্তব্য, ভূৱেনেশ্বৰত খেলকলৈ উৎসাহ আছে, ইয়াতে পূৰ্বতে হকী বিশ্বকাপ আয়োজন হৈছে, এইবাৰ ফুটবলৰ সময় ৷

কলিংগ ষ্টেডিয়াম পৰিদৰ্শন ফিফাৰ প্ৰতিনিধি দলৰ
কলিংগ ষ্টেডিয়াম পৰিদৰ্শন ফিফাৰ প্ৰতিনিধি দলৰ

স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰ: ভাৰতত আয়োজন কৰা হ’ব 2020 ফিফা 17 অনুৰ্ধ্ব মহিলা বিশ্বকাপৰ ৷ যাৰ বাবে ফিফাৰ এটা প্ৰতিনিধিত্ব দলে শুকুৰবাৰে পৰিদৰ্শন কৰিলে ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়াম ৷ এই পৰিদৰ্শনৰ পাচতেই ফিফাৰ প্ৰতিনিধিত্ব দলৰ অ’লিবৰ ব’গে কয়, ভূৱেনেশ্বৰত খেলকলৈ উৎসাহ আছে, ইয়াতে পূৰ্বতে হকী বিশ্বকাপ আয়োজন হৈছে, এইবাৰ ফুটবলৰ সময়

ভূৱেনশ্বৰত ফিফাৰ প্ৰতিনিধি দল
ভূৱেনশ্বৰত ফিফাৰ প্ৰতিনিধি দল

ইয়াৰ পাচতেই ফিফা বিশ্বকাপৰ আয়োজন সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে দলটোৱে ৷ ফিফাৰ প্ৰতিনিধিত্ব দলটোৱে 26 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ ভাৰতৰ আয়োজন স্থল সমূহ নিৰক্ষণ কৰিব ৷ দলটোৱে কলকাতা, গুৱাহাটী পৰিদৰ্শন কৰাৰ পাচত ভূৱেনেশ্বৰৰ স্থান সমূহ পৰিদৰ্শন কৰিছে ৷ ইয়াৰ পাচত আহমেদাবাদ আৰু নতুন মুম্বাইৰ ষ্টেডিয়াম পৰিদৰ্শন কৰিব ৷ ইয়াৰ পূৰ্বে দলটোৱে 27 নৱেম্বৰত কলকাতা আৰু 28 নৱেম্বৰত পৰিদৰ্শন কৰিছিল গুৱাহাটী ৷ 30 নৱেম্বৰত আহমেদাবাদ আৰু 1 ডিচেম্বৰত নতুন মুম্বাই পৰিদৰ্শন কৰিব দলটোৱে ৷

লগতে চাওক-ছচিয়েল মিডিয়াৰ এটা ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.