ETV Bharat / sports

পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে

author img

By

Published : Dec 24, 2020, 12:49 PM IST

দলৰ প্ৰশিক্ষণলৈ উভতি অহাৰ এদিন পিছতে মঙলবাৰে থৰগান হাজাৰ্ডে ২-০ জাৰ্মান কাপৰ শেষৰ ৭ মিনিটৰ খেলত বিকল্প হিচাপে আহে ।

পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে
পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে

স্পৰ্টছ ডেস্ক, ২৪ ডিচেম্বৰ: ক্লাবে বুধবাৰে প্ৰকাশ কৰা মতে, ফুটবল খেলুৱৈ থৰগান হাজাৰ্ডে এই ছিজনত তৃতীয় বাৰৰ বাবে মাংসপেশীত আঘাত পাইছে । দলৰ প্ৰশিক্ষণলৈ উভতি অহাৰ এদিন পিছতে মঙলবাৰে হাজাৰ্ডে ২-০ জাৰ্মান কাপৰ শেষৰ ৭ মিনিটৰ খেলত বিকল্প হিচাপে আহে । কিন্তু তেওঁ আকৌ মাংসপেশীত আঘাত পায় আৰু কেইবা সপ্তাহৰ বাবে খেলাৰ পৰা বঞ্চিত হ'ব ।

পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে
পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে

মাংসপেশীত আঘাত পোৱাৰ বাবে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ৫ খন খেলত অংশ লোৱাৰ পৰা হাজাৰ্ড বিৰত থাকিবলগীয়া হয় । দুসপ্তাহ তেওঁ সুস্থ হৈ থাকে যদিও ডিচেম্বৰ মাহৰ মাজভাগত তেওঁ পুনৰ ভৰিৰ আন এক সমস্যাত ভোগে । আনহাতে, প্ৰশিক্ষক লুছেইন ফেভৰক যোৱা ১৩ ডিচেম্বৰত নিলম্বন কৰা হয় । নতুনকৈ এডিন তাৰ্জিকক অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় ।

লগতে পঢ়ক:তিনিটাকৈ স্থানত কাটাৰে আয়োজন কৰিব ফিফা ক্লাৱ বিশ্বকাপ, 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.