ETV Bharat / sports

10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ছৈয়দ মুস্তাক আলী টি-20 খেল - ভাৰতীয় ক্ৰিকেট বৰ্ড

ছৈয়দ মুস্তাক আলী টি-20 খেল আৰম্ভ কৰাৰ প্ৰস্তুতি ৷ 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব খেলখন ৷

Syed Mushtaq Ali Trophy to begin from January 10
10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ছৈয়দ মুস্তাক আলী টি-20 খেল
author img

By

Published : Dec 13, 2020, 9:54 PM IST

স্পৰ্ট'ছ ডেস্ক, 13 ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেট ব'ৰ্ড চমুকৈ (বিচিচিআই) যে ছৈয়দ মুস্তাক আলী টি-20 প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক'ভিড-19 ৰ পিচত প্ৰথমবাৰৰ 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত ভাৰতৰ 6 খন ৰাজ্যৰ মাজত খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷

খেলত অংশগ্ৰহণকাৰী দলবোৰে 2 জানুৱাৰীৰ ভিতৰত ক'ভিড পৰীক্ষণ কৰাই উপস্থিত হ'ব লাগিব ৷ ইতিমধ্যে, বি চি চি আইৰ সম্পাদক জয় শ্বাহে সকলো ৰাজ্যলৈ খেলত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়ক : ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.