ETV Bharat / sports

আইপিএলঃ ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু

author img

By

Published : Apr 30, 2019, 4:16 PM IST

Updated : Apr 30, 2019, 5:12 PM IST

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আজিৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

IPL
  • আই পি এলত আজি মৰণপন যুঁজত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
  • বেংগালুৰুত অনুষ্ঠিত হ'ব আই পি এলৰ ৪৯ সংখ্যক হাইভল্টেজ মেচখন
  • দুয়োটা দলেই প্লে অফত বৰ্তি থাকিবলৈ মুখামুখি হ'ব আজিৰ খেলত
  • ৰাজস্থানৰ হৈ খেলিবলগীয়া অসম সন্তান ৰিয়ান ওপৰত থাকিব ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি
  • কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভত মূখ্য ভূমিকা পালন কৰিছিল ৰিয়ানে

Intro:Body:

> আজি IPLৰ প্লে অফৰ মৰণপন যুঁজত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

> বেংগালুৰুত অনুষ্ঠিত হ'ব ৪৯ সংখ্যক মেচখন

> দুয়োটা দলৰ বাবেই প্লে অফৰ দৌৰত বৰ্তি থাকিবলৈ জয় অপৰিহাৰ্য

> ৰাজস্হান দলৰ ৰিয়ান ওপৰত থাকিব অসমৰ ক্ৰীড়াপ্ৰেমিৰ দৃষ্টি

> মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয় লাভত মূখ্য ভূমিকা পালন কৰিছিল ৰিয়ানে ।

Conclusion:
Last Updated : Apr 30, 2019, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.