ETV Bharat / sports

প্লে' অফত স্থান লাভ কৰি সংবাদমেল সম্বোধন ৰোহিত শৰ্মাৰ - ৱাংখেড়ে ষ্টেডিয়াম

প্লে' অফত স্থান লাভ কৰি মুম্বাই দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সংবাদমেল। হাইদৰাবাদ দলৰ বেটিং ক্ৰমত অভিজ্ঞতাৰ অভাৱ আৰু নিজ দলে বলিং আৰু বেটিং দুয়োটা দিশতে সুন্দৰ প্ৰদৰ্শন কৰা বুলি জনাই খেলুৱৈগৰাকীয়ে।

ৰোহিত শৰ্মাৰ সংবাদমেল সম্বোধন
author img

By

Published : May 3, 2019, 9:43 AM IST

নিউজ ডেস্ক,৩ মেঃ বৃহস্পতিবাৰে অনুষ্ঠিত আইপিএল মেচত মুম্বাই দলে হাইদৰাবাদ দলক পৰাস্ত কৰি তৃতীয় দল হিচাপে প্লে' অফত স্থান সুনিশ্চিত কৰে। ইয়াৰ পাছতে অনুষ্ঠিত সংবাদমেলত মুম্বাই দলৰ অধিনায়ক ৰোহিত শৰ্মাই মন্তব্য কৰে যে, এইবাৰ ৱাংখেড়ে ষ্টেডিয়ামৰ পিটছ পূৰ্বৰ তুলনাত বেলেগ হোৱাৰ বাবে শেষৰ ফালে বল স্পীন কৰে।

ৰোহিত শৰ্মাৰ সংবাদমেল সম্বোধন

লগতে নিজ দলৰ প্ৰশংসা কৰি জনাই যে,তেওঁৰ দলে বলিং আৰু বেটিং দুয়োটা দিশতে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যিহেতু হাইদৰাবাদ দলৰ বেটিং ক্ৰমত অভিজ্ঞতাৰ অভাৱ সেয়েহে আৰম্ভণিৰ পৰাই দলটোক চাপত ৰখাৰ চেষ্টা কৰি আহিছিল বুলি জানিবলৈ দিয়ে খেলুৱৈগৰাকীয়ে।

Mumbai, May 03 (ANI): Mumbai Indians (MI) beat Sunrisers Hyderabad (SRH) in Super Over and became the third side to seal a spot in the Indian Premier League (IPL) playoffs at Mumbai's Wankhede Stadium on Thursday. Earlier, SRH tied the game and catch up to MI's 162 runs total. While addressing the post match press conference, skipper of MI, Rohit Sharma said, "This year the condition of Wankhede Stadium pitch was different as sometimes the ball started spinning in the second half due to the dew factor. The overall behavior of the pitch this time was full of ups and downs. We know our bowling is good and we can defend any score." "We were planning to put pressure on them as experience is missing in batting order of SRH and it was difficult for them to chase even 150-160 runs," MI skipper added.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.