ETV Bharat / sports

আই পি এলৰ অভিষেক মেচতে অভিলেখ আলজাৰীৰ - ETV BHARAT

অভিষক মেচত আই পি এল ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ 12 ৰান খৰচ কৰি দখল 6 টাকৈ উইকেট ৷

ALZARRI JOSEPH
author img

By

Published : Apr 7, 2019, 8:07 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিল: শনিবাৰে হাইদৰাবাদৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হাইদৰাবাদ আৰু মুম্বাইৰ মেচত ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ আলজাৰী জ'ছেফে তেওঁৰ কেৰিয়াৰৰ প্ৰথম আইপিএল মেচতে ইতিহাস ৰচিবলৈ সক্ষম হৈছে ৷ কেৱল 12 ৰাণ খৰচ কৰি জ'ছেফে 6 টাকৈ উইকেট সংগ্ৰহ কৰি হাইদৰাবাদ দলত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সহজ ৰাণসীমা নিৰ্ধাৰণ কৰিও মুম্বাইয়ে জয়ী হ'বলৈ সক্ষম হয় ৷ 22 বছৰীয়া কেৰিবিয়ান খেলুৱৈ গৰাকীয়ে 11 বছৰীয়া আইপিএল ইতিহাসত সৰ্বশ্ৰষ্ঠ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ তেওঁৰ পূৰ্বে ছোহেইল তনবীৰ আৰু আদাম জাম্পাই এই অভিলেখ গঢ়িছে যদিও তেওঁ সবাতোকৈ কম ৰাণ খৰছ কৰি অভিলেখ গঢ়া প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷

ETV BHARAT
ALZARRI JOSEPH

অভিষেক মেচতে সৰ্বাধিক সংখ্যক উইকেট দখল কৰাৰ খেলিৱৈ গৰাকীৰ পূৰ্বে এন্দ্ৰিউ টায়ে 2017 চনত অভিষেক মেচতে হেট্ৰিক অৰ্জন কৰিছিল ৷ আঘাতপ্ৰাপ্ত আদাম মিল্নেৰ স্থানত মুম্বাই দলত স্থান লাভ কৰা আলজাৰী জ'ছেফৰ উপস্থিতিয়ে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে ৷

ALZARRI JOSEPH CREATES HISTORY IN IPL 

আই পি এলৰ অভিষেক মেচতে অভিলেখ আলজাৰীৰ

অভিষক মেচত আই পি এল ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ 12 ৰান খৰচ কৰি দখল 6 টাকৈ উইকেট ৷

নিউজ ডেস্ক, 7 এপ্ৰিল: শনিবাৰে হাইদৰাবাদৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হাইদৰাবাদ আৰু মুম্বাইৰ মেচত ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ আলজাৰি জ'ছেফে তেওঁৰ কেৰিয়াৰৰ প্ৰথম আইপিএল মেচতে ইতিহাস ৰচিবলৈ সক্ষম হৈছে ৷ কেৱল 12 ৰাণ খৰচ কৰি জ'ছেফে 6 টাকৈ উইকেট সংগ্ৰহ কৰি হাইদৰাবাদ দলত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সহজ ৰাণসীমা নিৰ্ধাৰণ কৰিও মুম্বাইয়ে জয়ী হ'বলৈ সক্ষম হয় ৷ 22 বছৰীয়া কেৰিবিয়ান খেলুৱৈ গৰাকীয়ে 11 বছৰীয়া আইপিএল ইতিহাসত সৰ্বশ্ৰষ্ঠ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷  তেওঁৰ পূৰ্বে ছোহেইল তনবীৰ আৰু আদাম জাম্পাই এই অভিলেখ গঢ়িছে যদিও তেওঁ সবাতোকৈ কম ৰাণ খৰছ কৰি অভিলেখ গঢ়া প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ 

অভিষেক মেচতে সৰ্বাধিক সংখ্যক উইকেট দখল কৰাৰ খেলিৱৈ গৰাকীৰ পূৰ্বে এন্দ্ৰিউ টায়ে 2017 চনত অভিষেক মেচতে হেট্ৰিক অৰ্জন কৰিছিল ৷ আঘাতপ্ৰাপ্ত আদাম মিল্নেৰ স্থানত মুম্বাই দলত স্থান লাভ কৰা আলজাৰি জ'ছেফৰ উপস্থিতিয়ে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে ৷ 
D3faweCUEAAPBnD.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.