ETV Bharat / sports

Kohli set to skip South Africa ODI series : দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পৰা বাদ পৰিল বিৰাট কোহলি - বামিকাৰ জন্মদিনৰ বাবে এদিনীয়া শৃংখলাত কোহলিয়ে অংশ নলয়

অধিনায়কত্বক লৈ আৰম্ভ হোৱা বিবাদে টেঙাইছে নেকি বিৰাট কোহলিক ? দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে কোহলিয়ে(India tour of South Africa) । কন্যা ভামিকাৰ জন্মদিনৰ বাবে এদিনীয়া শৃংখলাত কোহলিয়ে অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে ।

India Tour of South Africa virat kohli skip ODI series rohit sharma out from test
দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাত অংশ নলয় বিৰাট কোহলিয়ে
author img

By

Published : Dec 14, 2021, 2:23 PM IST

স্প’ৰ্টছ ডেস্ক, ১৪ ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ পুৰণি খেলুৱৈৰ বিতৰ্কই এতিয়া দলটোৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে বিৰাট কোহলিয়ে(Virat kohli skip ODI series) । ইয়াৰ পূৰ্বে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে এদিনীয়া শৃংখলাৰ দলৰ অধিনায়ক ৰোহিত শৰ্মা এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছিল(Rohit sharma out from South Africa match) । তেওঁৰ বিকল্প হিচাপে প্ৰিয়ংক পাঞ্চালক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

বিৰাট কোহলিয়ে তেওঁৰ কন্যা ভামিকাৰ প্ৰথম জন্মদিন উদযাপন কৰিবলৈ এদিনীয়া শৃংখলাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে । বিগত বৰ্ষৰ ১১ জানুৱাৰীত ভামিকাৰ হৈছিল । সেয়ে বিৰাটে শৃংখলাৰ সমাপ্তিৰ পাচত তেওঁৰ পৰিয়ালৰ সৈতে কিছুসময় অতিবাহিত কৰাৰ পৰিকল্পনা কৰিছে । দক্ষিণ আফ্ৰিকাত অন্তিমখন শৃংখলা ১১-১৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ।

আনহাতে, এদিনীয়া শৃংখলা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব(ODI series in South Africa) । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে শেহতীয়াকৈ ৰোহিত শৰ্মাক বগা বলৰ অধিনায়ক হিচাপে নিযুক্তি দিছিল ।

  • NEWS - Priyank Panchal replaces injured Rohit Sharma in India's Test squad.

    Rohit sustained a left hamstring injury during his training session here in Mumbai yesterday. He has been ruled out of the upcoming 3-match Test series against South Africa.#SAvIND | @PKpanchal9 pic.twitter.com/b8VgoN52LW

    — BCCI (@BCCI) December 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বিৰাটক ৰঙা বলৰ টেষ্ট মেচৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল । টী-২০ বিশ্বকাপৰ পাচত বিৰাট কোহলীয়ে ২০ অভাৰৰ দলৰ অধিনায়কৰ দায়িত্ব এৰে । ইয়াৰ পাচত বিচিচিআয়ে তেতিয়া তেওঁক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা আঁতৰ কৰে ।

বৰ্তমান ৰোহিত শৰ্মা টি-২০ আৰু এদিনীয়াৰ অধিনায়ক । বিচিচিআয়ে সোমবাৰে টুইটযোগে জনায় যে, মুম্বাইত প্ৰশিক্ষণ অব্যাহত থকাৰ সময়ত ৰোহিতে হেমষ্ট্ৰিঙত আঘাত পাইছে । সেয়ে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ হ'বলগীয়া হৈছে ।

লগতে পঢ়ক: Inter College volleyball Competition : শিৱসাগৰত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.