ETV Bharat / sports

এদিনীয়াত 5000 ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম অষ্ট্ৰেলিয়ান এৰন ফিন্স - হাছিম আমলা

এদিনীয়া ক্ৰিকেটত তীব্ৰ 5000 ৰাণ সংগ্ৰহ কৰা বেটছমেন আছিল দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা ৷ তেওঁ 101 টা ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

Aaron Finch becomes 2nd fastest Australian to score 5K ODI runs
এদিনীয়াত 5000 ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম অষ্ট্ৰেলিয়ান এৰন ফিঞ্চ
author img

By

Published : Nov 27, 2020, 5:00 PM IST

Updated : Nov 27, 2020, 5:18 PM IST

স্পৰ্টছ ডেস্ক,27 নৱেম্বৰঃ এদিনীয়া ক্ৰিকেটত 5000 ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী দ্ৰুততম অষ্ট্ৰেলিয়ান বেটছমেন হিচাপে চিহ্নিত হ’ল এৰন ফিন্স ৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত তিনিখনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ সোঁহতীয়া খেলুৱৈগৰাকীয়ে 126 খন এদিনীয়াত এই সফলতা অৰ্জন কৰে ৷ আনহাতে, এই তালিকাৰ শীৰ্ষত আছে ফিন্সৰ অপেনিং সহযোগী ডেভিদ ৱাৰ্ণাৰ ৷ ৱাৰ্ণাৰে 115 খন এদিনীয়াত এই ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, এদিনীয়া শৃংখলাত তীব্ৰ 5000 ৰাণ সংগ্ৰহ কৰা বেটছমেন আছিল দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা ৷ তেখেতে 101 টা ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত ভাৰতে আই চি চি ক্ৰিকেট বিশ্বকাপ চুপাৰ লীগত পইণ্ট সংগ্ৰহৰ বাবে প্ৰথমবাৰ অংশগ্ৰহণ কৰিছে ৷ আৰু এই পইণ্টৰ দ্বাৰাই ভাৰতে 2013 বৰ্ষৰ ক্ৰিকেট বিশ্ব কাপৰ বাবে যোগ্যতা অৰ্জন কৰিব ৷ উল্লেখ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে 2-1ত জয় লাভেৰে অষ্ট্ৰেলিয়াই ইতিমধ্যে 20 পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক-ৱালংঃ ১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ এক চমূ অৱলোকন

Last Updated : Nov 27, 2020, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.