ETV Bharat / sports

100 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ পাঁচদিনীয়া টেষ্ট শৃংখলা

author img

By

Published : Jul 6, 2021, 8:42 AM IST

Updated : Jul 6, 2021, 10:58 AM IST

সোমবাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ব’ৰিচ জনচনে (Boris Jhonson) ক’ভিড-19 ৰ সকলো নীতি-নিৰ্দেশনা উঠাই লোৱাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পিচতে দৰ্শকৰ সম্পূৰ্ণ উপস্থিতিত পৰৱৰ্তী ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

India, England Test series set to be played in front of capacity crow
সম্পূৰ্ণ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত ভাৰত-ইংলেণ্ডৰ পাঁচদিনীয়া টেষ্ট শৃংখলা

স্প’ৰ্টছ ডেস্ক, 6 জুলাই : ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচদিনীয়া টেষ্ট শৃংখলা সম্পূৰ্ণ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব ৷ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ব’ৰিচ জনচনে (Boris Jhonson) সোমবাৰে সকলো ধৰণৰ ক’ভিড 19 সম্পৰ্কীয় নীতি-নিয়ম উঠাই দিয়াৰ কথা ঘোষণা কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, ক’ভিড 19 ৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বীপ (WTC) ৰ চূড়ান্ত খেলখন সীমিত দৰ্শকৰ উপস্থিত অনুষ্ঠিত কৰা হৈছিল ৷ নিউজিলেণ্ডৰ চাউথহেম্পটনত (southhampton)অনুষ্ঠিত হৈছিল এই খেলখন ৷ সম্প্ৰতি বিৰতিত আছে ভাৰতীয় খেলুৱৈসকল ৷

18 জুলাইত পুনৰ মিলিত হ’ব দলটো ৷

লগতে পঢ়ক- PV Sindhu birthday : খেলুৱৈগৰাকীলৈ জ্বালা গুট্টা-কিৰেণ ৰিজিজুৰ জন্মদিনৰ শুভেচ্ছা

Last Updated : Jul 6, 2021, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.