স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ ভাৰত - পাকিস্তান মেচত প্ৰথমটো শতক অৰ্জন কৰিলে ৰোহিত শৰ্মাই ৷ 85 টা বলত 9 টা চাৰি আৰু 3 টা ছয়ৰ জৰিয়তে শতক অৰ্জন কৰে ৰোহিতে ৷ ৰোহিতৰ শতকৰ জৰিয়তে ভাৰতে বৰ্তমানলৈকে সংগ্ৰহ কৰিলে 172 ৰাণ ৷
দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰোহিত শৰ্মাৰ শতক - ৰোহিত শৰ্মা
ভাৰত - পাকিস্তান মেচত প্ৰথমটো শতক অৰ্জন কৰিলে ৰোহিত শৰ্মাই ৷
দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰোহিত শৰ্মাৰ শতক
স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ ভাৰত - পাকিস্তান মেচত প্ৰথমটো শতক অৰ্জন কৰিলে ৰোহিত শৰ্মাই ৷ 85 টা বলত 9 টা চাৰি আৰু 3 টা ছয়ৰ জৰিয়তে শতক অৰ্জন কৰে ৰোহিতে ৷ ৰোহিতৰ শতকৰ জৰিয়তে ভাৰতে বৰ্তমানলৈকে সংগ্ৰহ কৰিলে 172 ৰাণ ৷
sample description