ETV Bharat / sports

শ্ৰীলংকাৰ সন্মুখত আফগানিস্তান দল

author img

By

Published : Jun 4, 2019, 4:15 PM IST

মঙলবাৰে ছ'ফিয়া গাৰ্ডেনত শ্ৰীলংকা আৰু আফগানিস্তান দলে বিশ্বকাপৰ অন্য এখন মেচত মুখামুখি হ'ব ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত মেচত দুয়োটা দলে নিজৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ৷

শ্ৰীলংকা বনাম আফগানিস্তান

স্পৰ্টছ ডেস্ক, 4 জুন : বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়বৰণ কৰাৰ পাছত মঙলবাৰে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব শ্ৰীলংকা দল ৷ ছ'ফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'বলগা বিশ্বকাপৰ এইখন মেচত শ্ৰীলংকাৰ সন্মুখীন হ'ব আফগানিস্তান দল ৷ প্ৰথমখন মেচত শ্ৰীলংকা দল 136 ৰাণতে থমকি ৰোৱাৰ লগতে আফগানিস্তান দলেও শক্তিশালী অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ৷

ETV BHARAT ASSAM
শ্ৰীলংকা দল

উল্লেখ্য যে, আফগানিস্তানৰ মূল শক্তি হৈছে দলটোৰ বলিং বিভাগ ৷ এই দলটোত আছে ৰছিদ খান, মুজিব ওৰ ৰহমান আৰু মহম্মদ নবীৰ দৰে স্পীনাৰ আৰু বেগী বলাৰ গুলবদীন নাইব, দৌলত জাদৰাণ আৰু হামিদ হাছান ৷ তাৰোপৰি, শ্ৰীলংকা দলৰ মূল বলাৰ লাচিথ মালিংগা বৰ্তমান ফৰ্মত নথকাৰ বাবে চিন্তাত পৰিছে শ্ৰীলংকা শিবিৰ ৷

ETV BHARAT ASSAM
আফগানিস্তান দল

MATCH PREVIEW OF AFG VS SL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.