নিউজ ডেস্ক,২৭ মে': ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক উদক সোমবাৰে আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ বাবে সম্পূৰ্ণ সুস্থ ঘোষণা কৰা হৈছে। ইংলেণ্ডৰ চিকিৎসক দলে জানিবলৈ দিয়া অনুসৰি বলিঙৰ সময়ত সামান্য আঘাতহে পাইছিল বলাৰ গৰাকীয়ে।
বিশ্বকাপৰ বাবে মাৰ্ক উদক সুস্থ ঘোষণা - ETV BHARAT
শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত ৱাৰ্ম আপ মেচত আঘাতৰ সন্মুখীন হোৱা ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক উদক সম্পূৰ্ণ সুস্থ ঘোষণা কৰা হৈছে ।
বিশ্বকাপৰ বাবে মাৰ্ক উদক সুস্থ ঘোষণা
নিউজ ডেস্ক,২৭ মে': ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক উদক সোমবাৰে আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ বাবে সম্পূৰ্ণ সুস্থ ঘোষণা কৰা হৈছে। ইংলেণ্ডৰ চিকিৎসক দলে জানিবলৈ দিয়া অনুসৰি বলিঙৰ সময়ত সামান্য আঘাতহে পাইছিল বলাৰ গৰাকীয়ে।
MARK WOOD DECLARED FIT FOR UPCOMING WORLD CUP
বিশ্বকাপৰ বাবে মাৰ্ক উদক সুস্থ ঘোষণা
নিউজ ডেস্ক, ২৭ মে': ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক উদক সোমবাৰে আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ বাবে সম্পূৰ্ণ সুস্থ ঘোষণা কৰা হৈছে । ইংলেণ্ডৰ চিকিৎসক দলে জানিবলৈ দিয়া অনুসৰি বলিঙৰ সময়ত সামান্য আঘাতহে পাইছিল বলাৰ গৰাকীয়ে ।
উল্লেখ্য যে, ৯০ কি.মি. প্ৰতি ঘন্টাত বলিং কৰা ইংলেণ্ডৰ বলাৰ গৰাকীয়ে শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচত বলিঙৰ সময়ত আঘাতৰ সন্মুখীন হৈছিল ।