ETV Bharat / sports

কোহলীৰ অভিলেখ ভংগৰ দিশে আমলা - দ্ৰুততম 8,000 ৰাণ সংগ্ৰহ

বিশ্বকাপৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলাই ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ অভিলেখ ভংগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই সীমা অতিক্ৰম কৰিবলৈ আমলাক এতিয়া প্ৰয়োজন কেৱল 90 ৰাণৰ ৷

দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলা
author img

By

Published : May 30, 2019, 7:10 PM IST

নিউজ ডেস্ক, 30 মে': বৃহস্পতিবাৰে অনুষ্ঠিত বিশ্বকাপৰ প্ৰথম খন মেচত দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলাই ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে গঢ়া অভিলেখ ভংগ কৰাৰ লক্ষ্যৰে নামিব ৷ উল্লেখ্য যে, ভাৰতীয় অধিনায়ক জনৰ দখলত আছে এদিনীয়া ক্ৰিকেটত দ্ৰুততম 8,000 ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ ৷ এই সীমা অতিক্ৰম কৰিবলৈ আমলাক এতিয়া প্ৰয়োজন কেৱল 90 ৰাণৰ ৷

ETV BHARAT ASSAM
দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলা
বিশ্বকাপৰ প্ৰথম খন মেচতে ইংলেণ্ডৰ বিৰুদ্ধে 90 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হ'লে কোহলীৰ পৰিৱৰ্তে এই স্থান দখল কৰিব আমলাই ৷ উল্লেখ্য যে, কোহলীয়ে 175 টা ইনিংছত এই অভিলেখ গঢ়াৰ পৰিৱৰ্তে আমলাই বৰ্তমানলৈকে 171 টা ইনিংছত অংশগ্ৰহণ কৰিছে ৷ কোহলীৰ পূৰ্বে এই তালিকাত নাম থকা ক্ৰিকেটাৰ সকল হৈছে জেকছ কালিছ, এবিডি ভিলিয়াৰ্ছ আৰু হাৰ্ছেল গিব্ছ ৷

HASIM AMLA 90 RUNS AWAY FROM KOHLI'S RECORD

কোহলী অভিলেখ ভংগৰ দিশে আমলা

নিউজ ডেস্ক, 30 মে': বৃহস্পতিবাৰে অনুষ্ঠিত বিশ্বকাপৰ প্ৰথম খন মেচত দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলাই ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে গঢ়া অভিলেখ ভংগ কৰাৰ লক্ষ্যৰে নামিব ৷ উল্লেখ্য যে, ভাৰতীয় অধিনায়ক জনৰ দখলত আছে এদিনীয়া ক্ৰিকেটত দ্ৰুততম 8,000 ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ ৷ এই সীমা অতিক্ৰম কৰিবলৈ আমলাক এতিয়া প্ৰয়োজন কেৱল 90 ৰাণৰ ৷

বিশ্বকাপৰ প্ৰথম খন মেচতে ইংলেণ্ডৰ বিৰুদ্ধে 90 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হ'লে কোহলীৰ পৰিৱৰ্তে এই স্থান দখল কৰিব আমলাই ৷ উল্লেখ্য যে, কোহলীয়ে 175 টা ইনিংছত এই অভিলেখ গঢ়াৰ পৰিৱৰ্তে আমলাই বৰ্তমানলৈকে 171 টা ইনিংছত অংশগ্ৰহণ কৰিছে ৷ কোহলীৰ পূৰ্বে এই তালিকাত নাম থকা ক্ৰিকেটাৰ সকল হৈছে জেকছ কালিছ, এবিডি ভিলিয়াৰ্ছ আৰু হাৰ্ছেল গিব্ছ ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.