ETV Bharat / sports

ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত - ইংলেণ্ড

ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহামত পৰাজয়বৰণ ভাৰতৰ ৷ 338 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি 31 ৰানত পৰাস্ত হয় ভাৰত ৷ 5 উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰে কেৱল 306 ৰান ৷

ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত
author img

By

Published : Jun 30, 2019, 10:13 PM IST

Updated : Jun 30, 2019, 11:24 PM IST

  • ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত
  • 31 ৰানত জয়ী ইংলেণ্ড
  • নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই ভাৰতৰ সংগ্ৰহ 306 ৰান
  • কে.এল ৰাহুল 0, ৰোহিত শৰ্মা 102, বিৰাট কোহলি 66, ঋষভ পন্ত 32, হাৰ্দিক পাণ্ডিয়া 45, ধোনী অপৰাজিত 42
  • ভাৰতক প্ৰথমে বেটিং কৰি 338 ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে
  • ইংলেণ্ডে 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 337 ৰান
  • ইংলেণ্ডৰ হৈ জনী বেয়াৰেষ্ট’ই অৰ্জন কৰিছিল শতক
  • ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে লাভ কৰিছিল পাঁচটা উইকেট
  • বিশ্বকাপৰ এইখন আছিল 38 সংখ্যক মেচ
  • বাৰ্মিংহামত 2019 বিশ্বকাপত ধাৰাবাহিক বিজয় যাত্ৰা স্তব্ধ ভাৰতৰ
  • ছেমিফাইনেলৰ দৌৰত ইংলেণ্ডৰ যাত্ৰা অক্ষুণ্ণ
  • 10 পইণ্টেৰে চতুৰ্থ স্থানত ইংলেণ্ড
  • 11 পইণ্টেৰে দ্বিতীয় স্থানত অৱস্থিত ভাৰত

Intro:Body:

ROHIT SARMA 100

Conclusion:
Last Updated : Jun 30, 2019, 11:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.