ETV Bharat / sports

ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী - হতচকিত অনুৰাগী

মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে ধোনীয়ে বেটিং কৰি থকাৰ সময়তে এক আমোদজনক ঘটনা প্ৰত্যক্ষ কৰে সমৰ্থক সকলে । ৩৯ সংখ্যক অ'ভাৰত বাংলাদেশৰ স্পীনাৰ ছবীৰ ৰহমানক বলিঙৰ মাজতে ৰখাই ফিল্ড সজোৱাত সহায় কৰে ধোনীয়ে ।

ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী
author img

By

Published : May 29, 2019, 6:40 PM IST

নিউজ ডেস্ক, ২৯ মে': মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত ৱাৰ্ম আপ মেচত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ চমকপ্ৰদ প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল । মাত্ৰ ৭৩ টা বলতে ৭ টা ছয় আৰু ৮ টা চাৰিৰ জৰিয়তে ধোনীয়ে ১১৩ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । মেচখনত ধোনীয়ে বেটিং কৰি থকাৰ সময়ত এক আমোদজনক ঘটনা উপভোগ কৰে ক্ৰিকেট অনুৰাগী সকলে । মেচৰ ৩৯ সংখ্যক অ'ভাৰত বাংলাদেশৰ স্পীনাৰ ছবীৰ ৰহমানে বলিং কৰিবলৈ সাজু হোৱাৰ সময়তে ধোনীয়ে তেওঁক বলিং কৰাৰ মাজতে ৰখাই দিয়ে । মিড উইকেটত থকা ফিল্ডাৰ জনক সেই স্থানৰ পৰা আঁতৰাই স্কোয়েৰ লেগত ৰাখিবলৈ কোৱাত ছবীৰ ৰহমানেও ধোনীৰ কথাত মান্তি হৈ ফিল্ড খন পুনৰ সজাই লয় ।

ETV BHARAT ASSAM
ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী

ইয়াৰ পাছতে টুইটাৰত খলকনিৰ সৃষ্টি কৰে ধোনীৰ সমৰ্থক সকলে । উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে এইখন মেচতে ভাৰতীয় খেলুৱৈ গৰাকীয়ে ১১৩ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । ভাৰতে ধোনী আৰু কে. এল. ৰাহুলৰ শতকৰ জৰিয়তে ৩৫৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৯৫ ৰাণৰ বিশাল ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

DHONI SETS FIELD FOR BANGLADESH WHILE BATTING

ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী

নিউজ ডেস্ক, ২৯ মে': মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত ৱাৰ্ম আপ মেচত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ চমকপ্ৰদ প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল । মাত্ৰ ৭৩ টা বলতে ৭ টা ছয় আৰু ৮ টা চাৰিৰ জৰিয়তে ধোনীয়ে ১১৩ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । মেচখনত ধোনীয়ে বেটিং কৰি থকাৰ সময়ত এক আমোদজনক ক্ষণ উপভোগ কৰে ক্ৰিকেট অনুৰাগী সকলে । মেচৰ ৩৯ সংখ্যক অ'ভাৰত বাংলাদেশৰ স্পীনাৰ ছবীৰ ৰহমানে বলিং কৰিবলৈ সাজু হোৱাৰ সময়তে ধোনীয়ে তেওঁক বলিং কৰাৰ মাজতে ৰখাই দিয়ে । মিড উইকেটত থকা ফিল্ডাৰ জনক সেই স্থানৰ পৰা আঁতৰাই স্কোয়েৰ লেগত ৰাখিবলৈ কোৱাত ছবীৰ ৰহমানেও ধোনীৰ কথাত মান্তি হৈ ফিল্ড খন পুনৰ সজাই লয় ।

ইয়াৰ পাছতে টুইটাৰত খলকনিৰ সৃষ্টি কৰে ধোনীৰ সমৰ্থক সকলে । উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে এইখন মেচতে ভাৰতীয় খেলুৱৈ গৰাকীয়ে ১১৩ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । ভাৰতে ধোনী আৰু কে. এল. ৰাহুলৰ শতকৰ জৰিয়তে ৩৫৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৯৫ ৰাণৰ বিশাল ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.