ETV Bharat / sports

ভাৰতৰ হাতত পৰাজয়বৰণ হতাশাজনক: ছৰফৰাজ

ভাৰতৰ হাতত পৰাস্ত হোৱাটো হতাশাজনক বুলি মন্তব্য কৰিছে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে ৷ ভাল পাৰ্টনাৰশ্বিপৰ অভাৱ আৰু বেটিং, বলিং আৰু ফিল্ডিঙত নিৰাশাজনক প্ৰদৰ্শন দেখুওৱাৰ বাবেই ভাৰতৰ হাতত পৰাস্ত হ'ল বুলি স্বীকাৰ কৰে তেওঁ ৷

author img

By

Published : Jun 17, 2019, 8:25 PM IST

ছৰফৰাজ আহমেদ

নিউজ ডেস্ক,17 জুন: পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে মন্তব্য কৰে যে,বিশ্বকাপৰ মেচত ভাৰতৰ হাতত পৰাস্ত হোৱাটো হতাশাজনক ৷ লগতে এই কথাও স্বীকাৰ কৰে যে,তেওঁৰ দলে ক্ৰিকেটৰ তিনিটা বিভাগ-বেটিং,বলিং আৰু ফিল্ডিঙতো নিৰাশাজনক প্ৰদৰ্শন দেখুৱাইছে ৷ ভাল পাৰ্টনাৰশ্বিপৰ অভাৱৰ বাবেই ভাৰতৰ হাতত পৰাস্ত হোৱা বুলি ছৰফৰাজে মন্তব্য কৰে ৷

ETV BHARAT ASSAM
ছৰফৰাজ আহমেদ

উল্লেখ্য যে,দেওবাৰে অনুষ্ঠিত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচত দলটোৱে ভাৰতৰ হাতত 89 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হয় ৷ জুনৰ 22 তাৰিখে ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব আৰু পাকিস্তানে জুনৰ 23 তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ল'ৰ্ডছত খেলিব ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.