ETV Bharat / sports

চাহালৰ চতুৰ্থটো সফলতা, দঃআফ্ৰিকাৰ ৮ উইকেটৰ পতন - SOUH AFRICA

বিশ্বকাপৰ প্ৰথমখন মেচতেই উজলিছে ভাৰতীয় বলিং । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাহাল, বুমৰাহৰ চমক ।

চাহালৰ চতুৰ্থটো সফলতা, দঃআফ্ৰিকাৰ ৭ উইকেটৰ পতন
author img

By

Published : Jun 5, 2019, 6:41 PM IST

স্পৰ্টছ ডেস্ক, ৫ জুনঃ বিশ্বকাপত আজি ইংলেণ্ডৰ চাউথাম্পটনত চলি আছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেটৰ মহাৰণ । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন । হাই ভল্টেজ খেলখনত বৰ্তমানলৈকে চাহালৰ নামত চাৰিটা, বোমৰাহৰ নামত দুটা আৰু কুলদ্বীপ যাদৱৰ নামত এটাকৈ সফলতা । ভাৰতৰ হৈ প্ৰথম দুটা সফলতা লাভ কৰে বেগী বলাৰ জছপ্ৰীত বোমৰাই । বোমৰাহই হাছিম আমলা (6) আৰু কুইণ্টন ডি কক (10) ৰানত আউট কৰিবলৈ সক্ষম হয় ।

ETV BHARAT
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাহাল, বুমৰাহৰ চমক

আনহাতে যুজৱেন্দ্ৰ চাহালৰ জালত পৰে অধিনায়ক ফেব ডু প্লেছি (৩৮) আৰু ৰাছি ভান ডেৰ ডাছছেন (২২), বিস্ফোৰক বেটছমেন ডেভিদ মিলাৰ আৰু এণ্ডিলে ফেহল্যুকেৱেও । ফেব ডু প্লেছি আৰু ৰাছি ভান ডেৰ ডাছছেনক চাহালে বল্ড আউট কৰাৰ বিপৰীতে মিলাৰক ৩১ ৰানৰ ব্যক্তিগত স্কৰত কট এণ্ড বল কৰে চাহালে । আনহাতে চাহালৰ বলিঙত ধোনীৰ হাতত ৩৪ ৰানত ষ্টাম্পিং হয় ফেহল্যুকেৱেয়ো । কুৱদ্বীপ যাদৱ আৰু ভূৱনেশ্বৰ কুমাৰে লাভ কৰে এটাকৈ উইকেট । দক্ষিণ আফ্ৰিকাৰ ২০১৯ বিশ্বকাপত এইটো তৃতীয়খন মেচ আনহাতে ভাৰতৰ বিশ্বকাপত নিজৰ প্ৰথমখন মেচ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.