ETV Bharat / sports

পাকিস্তানৰ পাৰমাণৱিক বোমাই ভাৰতক ধংস কৰিব পাৰিব: মিঞাঁদাদ - পাকিস্তানৰ পাৰমাণৱিক বোমাই ভাৰতক ধংস কৰিব পাৰিব : মিঞাঁদাদ

জম্মু-কাশ্মীৰ সম্পৰ্কত বিস্ফোৰক মন্তব্য আগবঢ়াইছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিঞাঁদাদে ৷ ভাৰতক পাৰমাণৱিক বোমাৰে ধংস কৰি দিব পাৰিব বুলি মন্তব্য কৰে তেওঁ ৷

ভাৰত - পাকিস্তান
author img

By

Published : Aug 20, 2019, 11:29 PM IST

স্পৰ্টছ ডেস্ক,20 আগষ্ট : জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ পাছতে পাকিস্তানত ইয়াৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছিল ৷ পাকিস্তানী নেতাসকলৰ পাছতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া আগবঢ়াইছিল চুবুৰীয়া দেশখনৰ ক্ৰিকেটাৰ সকলেও ৷ শ্বাহিদ আফ্ৰিদী,ছৈয়ব আখতাৰ আৰু ছৰফৰাজ আহমেদৰ পাছত এইবাৰ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিঞাঁদাদে এই সম্পৰ্কত বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷ এটা পাকিস্তানী চেনেলৰ সৈতে ভাৱ বিনিময় কৰি মিঞাঁদাদে ভাৰতক এখন ভয়াতুৰ দেশ বুলি অভিহিত কৰে ৷

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিঞাঁদাদ
পাকিস্তানৰ পাৰমাণৱিক বোমাই ভাৰতক ধংস কৰিব পাৰিব : মিঞাঁদাদ
জম্মু-কাশ্মীৰ সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে,আত্মৰক্ষাৰ বাবে সকলোৱে কোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৷ পাকিস্তানে পৰমাণু বোমা এনেই মজুত ৰখা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে,এয়া ব্যৱহাৰৰ বাবে ৰখা হৈছে ৷ সুবিধা পালেই ভাৰতক ধংস কৰি দিম বুলি মন্তব্য কৰে মিঞাঁদাদে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.