ETV Bharat / sports

সন্ন্যাস ঘোষণা কৰিব নেকি ধোনীয়ে !

author img

By

Published : Sep 12, 2019, 6:52 PM IST

বিৰাট কোহলিৰ টুইট ৷ 2016 বিশ্বকাপৰ এখন ফটো শ্বেয়াৰ কৰি কোহলিয়ে কলে, ''এই মেচৰ কথা মই পাহৰিব নোৱাৰো ৷ এক বিশেষ নিশা, ধোনীয়ে মোক ফিটনেছ টেষ্টৰ দৰে দৌৰাইছিল মেচখনত'' ৷ ইয়াক লৈ ক্ৰীড়া মহলত চৰ্চা ৷ কিন্তু কিয় ?

সন্ন্যাস ঘোষণা কৰিব নেকি ধোনীয়ে ! বিৰাটৰ টুইট

স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ বিৰাটৰ এক টুইটৰ পিচতেই ক্ৰিকেট মহলত চৰ্চা চলিছে ধোনীৰ সন্ন্যাসকলৈ ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2016 চনত টি-20 বিশ্বকাপত অনুষ্ঠিত হোৱা এখন মেচৰ ফটো শ্বেয়াৰ কৰিছিল বিৰাটে ৷

এই ফটো শ্বেয়াৰ কৰি কোহলিয়ে উল্লেখ কৰিছিল,

''এই মেচৰ কথা মই পাহৰিব নোৱাৰো ৷ এইটো আছিল এক বিশেষ নিশা, ধোনীয়ে মোক ফিটনেছ টেষ্টৰ বাবে দৌৰাৰ দৰে দৌৰাইছিল মেচখনত '' ৷

" class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পাচতেই অনুমান কৰা হৈছে আজি 7 বজাত সংবাদমেল যোগে অৱসৰৰ ঘোষণা কৰিব প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ অৱশ্যে এই কথা খণ্ডন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এমএছকে প্ৰসাদে ৷ কোহলিয়ে শ্বেয়াৰ কৰা ফটোখন হৈছে 2017 চনৰ 27 মাৰ্চৰ ৷ য’ত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ভাৰত ৷ য’ত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.