স্পৰ্টছ ডেস্ক, 14 আগষ্ট : কমিটি অৱ এডমিনিষ্ট্ৰেশ্যনে (CoA) উত্তৰাখণ্ডক বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ প্ৰদান কৰিছে ৷ এই সম্পৰ্কত CoA য়ে মন্তব্য কৰে যে, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক বিচিচিআইৰ পূৰ্ণাংগ সদস্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে ৷
ইয়াৰোপৰি, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক এজন নিৰ্বাচনী বিষয়া নিযুক্তিৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ 14 ছেপ্তেম্বৰৰ ভিতৰত বিচিচিআইৰ সংবিধান অনুসৰি এই নিৰ্বাচন আয়োজন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷
বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ লাভ উত্তৰাখণ্ডৰ - কমিটি অৱ এডমিনিষ্ট্ৰেশ্বন (CoA)
বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ প্ৰদান কৰা হৈছে উত্তৰাখণ্ডক ৷ উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক এজন নিৰ্বাচনী বিষয়া নিযুক্তিৰ বাবে নিৰ্দেশ প্ৰদান কৰে CoA য়ে ৷
বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ লাভ উত্তৰাখণ্ডৰ
স্পৰ্টছ ডেস্ক, 14 আগষ্ট : কমিটি অৱ এডমিনিষ্ট্ৰেশ্যনে (CoA) উত্তৰাখণ্ডক বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ প্ৰদান কৰিছে ৷ এই সম্পৰ্কত CoA য়ে মন্তব্য কৰে যে, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক বিচিচিআইৰ পূৰ্ণাংগ সদস্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে ৷
ইয়াৰোপৰি, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক এজন নিৰ্বাচনী বিষয়া নিযুক্তিৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ 14 ছেপ্তেম্বৰৰ ভিতৰত বিচিচিআইৰ সংবিধান অনুসৰি এই নিৰ্বাচন আয়োজন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷
UTTARAKHAND GETS FULL MEMBER STATUS IN BCCI
বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ লাভ উত্তৰাখণ্ডৰ
স্পৰ্টছ ডেস্ক, 14 আগষ্ট : কমিটি অৱ এডমিনিষ্ট্ৰেশ্বনে (CoA) উত্তৰাখণ্ডক বিচিচিআইৰ পূৰ্ণাংগ সদস্যপদ প্ৰদান কৰিছে ৷ এই সম্পৰ্কত CoA য়ে মন্তব্য কৰে যে, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক বিচিচিআইৰ পূৰ্ণাংগ সদস্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে ৷
ইয়াৰোপৰি, উত্তৰাখণ্ড ক্ৰিকেট এছ'চিয়েছনক এজন নিৰ্বাচনী বিষয়া নিযুক্তিৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ 14 ছেপ্তেম্বৰৰ ভিতৰত বিচিচিআইৰ সংবিধান অনুসৰি এই নিৰ্বাচন আয়োজন কৰিবলৈ কোৱা হৈছে ৷