নিউজ ডেস্ক, 6 জুনঃ নাটিংহামৰ সেউজ দলিছাৰ 22 গজ ভূমিত শ্ৰেষ্ঠত্ব প্ৰতিন্নতাৰ যুঁজত বৃহস্পতিবাৰে অৱৰ্তীণ হৈছে ৱেষ্ট ইণ্ডিজৰ আৰু অষ্ট্ৰেলিয়া ৷ প্ৰাৰম্ভিক বিশ্বকাপৰ সময়ৰ এটা দশক ধৰি বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছিল কেৰিবিয়ান সকলে ৷ কিন্ত দ্বিতীয়বাৰ বিশ্বজয় কৰাৰ পিছতে ক্ৰমশ শক্তি কমি আহিল ৱেষ্ট ইণ্ডিজৰ ৷ টি-20 ৰ বাহিৰে এদিনীয়া অথবা টেষ্ট ক্ৰিকেটৰ পৰা ক্ৰমশ শক্তিহীন হৈ পৰিছিল এসময়ৰ মহাপ্ৰতাপী ৱেষ্ট-ইণ্ডিজ ৷ কিন্ত পৰিবৰ্তনশীল সময়ে যেন ৱেষ্ট ইণ্ডিজৰ বাবে কঢ়িআইছে আশাৰ বতৰা, যি বতৰাই দুঃচিন্তা বঢ়াব পাৰে বিশ্বকাপত অংশগ্ৰহণ কাৰী আন দলসমূহক ৷ কিয়নো সেই 1970-80 দশকৰ দমনকাৰী ৱেষ্ট ইণ্ডিজৰ দৰেই একে ৰূপত 2019 বিশ্বকাপত অভিশেষ ঘটাইছে কেৰিবিয়ান দলটোৱে৷ পাকিস্থানৰ লগত অনুষ্ঠিত খেলখনত দেখিবলৈ পোৱা গৈছে কেৰিবিয়ান দলটোৰ অনবদ্য পদৰ্শন৷ এফালে ক্ষুৰধাৰ পেছ আক্ৰমণ আনফালে বিটিঙত নিৰ্দয়ী প্ৰহাৰ৷ 105 ৰানত পাকিস্থানক অল্ আউ কৰি 13.4 অভাৰতে লক্ষ অতিক্ৰম ৷ আৰু যদিহে সেই একেই ধাৰা অতিক্ৰম থাকে তেন্তে অষ্ট্ৰিলিয়াৰ দৰে শক্তিশালী দলো প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাতো নিশ্চিত ৷ অভিজ্ঞ গেইল-ৰাছেল হ‘ব বিৰোধীৰ চিন্তাৰ কাৰন৷ ইফালে নবাগত পোৰানো জিলিকিছে প্ৰথমখন খেলত ৷
বিশ্বকাপ 2019: ৱেষ্ট ইণ্ডিজৰ সন্মুখত অষ্ট্ৰেলিয়া - world cup
পৰিবৰ্তনশীল সময়ে যেন ৱেষ্ট ইণ্ডিজৰ বাবে কঢ়িআইছে আশাৰ বতৰা ! যি বতৰাই দুঃচিন্তা বঢ়াব পাৰে বিশ্বকাপত অংশগ্ৰহণ কাৰী আন দলসমূহৰ ৷ কিয়নো সেই 1970-80 দশকৰ দমনকাৰী ৱেষ্ট ইণ্ডিজৰ দৰেই একে ৰূপত 2019 বিশ্বকাপত অভিশেষ ঘটাইছে কেৰিবিয়ান দলটোৱে ৷ পাকিস্থানৰ লগত অনুষ্ঠিত খেলখনত দেখিবলৈ পোৱা গৈছে কেৰিবিয়ান দলটোৰ অনবদ্য পদৰ্শন ৷
নিউজ ডেস্ক, 6 জুনঃ নাটিংহামৰ সেউজ দলিছাৰ 22 গজ ভূমিত শ্ৰেষ্ঠত্ব প্ৰতিন্নতাৰ যুঁজত বৃহস্পতিবাৰে অৱৰ্তীণ হৈছে ৱেষ্ট ইণ্ডিজৰ আৰু অষ্ট্ৰেলিয়া ৷ প্ৰাৰম্ভিক বিশ্বকাপৰ সময়ৰ এটা দশক ধৰি বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছিল কেৰিবিয়ান সকলে ৷ কিন্ত দ্বিতীয়বাৰ বিশ্বজয় কৰাৰ পিছতে ক্ৰমশ শক্তি কমি আহিল ৱেষ্ট ইণ্ডিজৰ ৷ টি-20 ৰ বাহিৰে এদিনীয়া অথবা টেষ্ট ক্ৰিকেটৰ পৰা ক্ৰমশ শক্তিহীন হৈ পৰিছিল এসময়ৰ মহাপ্ৰতাপী ৱেষ্ট-ইণ্ডিজ ৷ কিন্ত পৰিবৰ্তনশীল সময়ে যেন ৱেষ্ট ইণ্ডিজৰ বাবে কঢ়িআইছে আশাৰ বতৰা, যি বতৰাই দুঃচিন্তা বঢ়াব পাৰে বিশ্বকাপত অংশগ্ৰহণ কাৰী আন দলসমূহক ৷ কিয়নো সেই 1970-80 দশকৰ দমনকাৰী ৱেষ্ট ইণ্ডিজৰ দৰেই একে ৰূপত 2019 বিশ্বকাপত অভিশেষ ঘটাইছে কেৰিবিয়ান দলটোৱে৷ পাকিস্থানৰ লগত অনুষ্ঠিত খেলখনত দেখিবলৈ পোৱা গৈছে কেৰিবিয়ান দলটোৰ অনবদ্য পদৰ্শন৷ এফালে ক্ষুৰধাৰ পেছ আক্ৰমণ আনফালে বিটিঙত নিৰ্দয়ী প্ৰহাৰ৷ 105 ৰানত পাকিস্থানক অল্ আউ কৰি 13.4 অভাৰতে লক্ষ অতিক্ৰম ৷ আৰু যদিহে সেই একেই ধাৰা অতিক্ৰম থাকে তেন্তে অষ্ট্ৰিলিয়াৰ দৰে শক্তিশালী দলো প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাতো নিশ্চিত ৷ অভিজ্ঞ গেইল-ৰাছেল হ‘ব বিৰোধীৰ চিন্তাৰ কাৰন৷ ইফালে নবাগত পোৰানো জিলিকিছে প্ৰথমখন খেলত ৷
নিউজ ডেস্ক, 6 জুনঃ নাটিংহামৰ সেউজ দলিছাৰ 22 গজ ভূমিত শ্ৰেষ্ঠত্ব প্ৰতিন্নতাৰ যুঁজত বৃহস্পতিবাৰে অৱৰ্তীণ হৈছে ৱেষ্ট ইণ্ডিজৰ আৰু অষ্ট্ৰেলিয়া ৷ প্ৰাৰম্ভিক বিশ্বকাপৰ সময়ৰ এটা দশক ধৰি বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছিল কেৰিবিয়ান সকলে৷ কিন্ত দ্বিতীয়বাৰ বিশ্বজয় কৰাৰ পিছতে ক্ৰমশ শক্তি কমি আহিল ৱেষ্ট ইণ্ডিজৰ৷ টি-20 ৰ বাহিৰে এদিনীয়া অথবা টেষ্ট ক্ৰিকেটৰ পৰা ক্ৰমশ শক্তিহীন হৈ পৰিছিল এসময়ৰ মহাপ্ৰতাপী ৱেষ্ট-ইণ্ডিজ ৷ কিন্ত পৰিবৰ্তনশীল সময়ে যেন ৱেষ্ট ইণ্ডিজৰ বাবে কঢ়িআইছে আশাৰ বতৰা, যি বতৰাই দুঃচিন্তা বঢ়াব পাৰে বিশ্বকাপত অংশগ্ৰহণ কাৰী আন দলসমূহক৷ কিয়নো সেই 1970-80 দশকৰ দমনকাৰী ৱেষ্ট ইণ্ডিজৰ দৰেই একে ৰূপত 2019 বিশ্বকাপত অভিশেষ ঘটাইছে কেৰিবিয়ান দলটোৱে৷ পাকিস্থানৰ লগত অনুষ্ঠিত খেলখনত দেখিবলৈ পোৱা গৈছে কেৰিবিয়ান দলটোৰ অনবদ্য পদৰ্শন৷ এফালে ক্ষুৰধাৰ পেছ আক্ৰমণ আনফালে বিটিঙত নিৰ্দয়ী প্ৰহাৰ৷ 105 ৰানত পাকিস্থানক অল্ আউ কৰি 13.4 অভাৰতে লক্ষ অতিক্ৰম ৷ আৰু যদিহে সেই একেই ধাৰা অতিক্ৰম থাকে তেন্তে অষ্ট্ৰিলিয়াৰ দৰে শক্তিশালী দলো প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাতো নিশ্চিত ৷ অভিজ্ঞ গেইল-ৰাছেল হ‘ব বিৰোধীৰ চিন্তাৰ কাৰন৷ ইফালে নবাগত পোৰানো জিলিকিছে প্ৰথমখন খেলত ৷
ইপিনে জয়ৰে বিশ্বকাপ 2019ৰ অভিযান আৰম্ভ কৰা অষ্ট্ৰেলিয়াও আত্মবিশ্বাসী৷ বিগত কেইটামান বৰ্ষ উত্থান পতনৰ মাজেৰেই পাৰ হৈছে অষ্ট্ৰেলিয়াৰ বাবে৷ ৱাৰ্নাৰ-ফ্ৰিন্স দলটোৰ বেটিং মেৰুদণ্ড হোৱা ৰ লগতে ষ্ট্ৰাৰ্ক-কামিন্চ আৰু কাল্টাৰ নাইলৰ বলিং যুটি অষ্ট্ৰেলিয়াৰ প্ৰধান অস্ত্ৰ৷