ETV Bharat / sports

ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পূৰ্বে সংবাদমেল সম্বোধন নকৰে ভাৰতীয় ক্ৰিকেট দলে - ভাৰত

অহা 3 আগষ্টৰ পৰা অনুষ্ঠিত হবলগীয়া ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ কিন্তু এই ভ্ৰমণলৈ যোৱাৰ পূৰ্বে কোনো ধৰণৰ সংবাদমেল সম্বোধন নকৰে ভাৰতীয় দলে ৷

ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পূৰ্বে সংবাদমেল সম্বোধন নকৰে ভাৰতীয় ক্ৰিকেট দলে
author img

By

Published : Jul 28, 2019, 7:01 PM IST

স্পৰ্টছ ডেস্ক, 28 জুলাইঃ বিশ্বকাপৰ পাচত প্ৰথমটো ভ্ৰমণ সূচীলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ অহা 3 আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজত হ’বলগীয়া 3 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্টৰ বাবে ৰাওনা হ’ব ভাৰতীয় দলটো ৷ কিন্তু দলটোৱে ভ্ৰমণৰ পূৰ্বে কোনো ধৰণৰ সংবাদমেল সম্বোধন নকৰে বুলি জানিবলৈ দিয়ে বিচিচিআইৰ এক উচ্চ বিষয়াই ৷ ইয়াৰ পূৰ্বে সময়ৰ অভাৱৰ বাবেই বিশ্বকাপত ভাৰতীয় দলে কৰা প্ৰদৰ্শনৰ ওপৰতো পৰ্যালোচনা কৰা নহ’ব বুলি জানিবলৈ দিছিল বিচিচিআইৰ মুখ্য বিষয়া বিনোদ ৰায়ে ৷ এই শৃংখলাত তিনিওটা ফৰ্মেটৰ বাবে অধিনায়কৰ দ্বায়িত্বত আছে বিৰাট কোহলি ৷

ভ্ৰমণ সূচীত থকা দল সমূহ হৈছে-

টেষ্ট দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), আজিংকা ৰাহানে (সহঃ অঃ), মায়াংক আগৰৱাল, কে.এল ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমান বিহাৰী, ৰোহিত শৰ্মা, ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ), ঋষভ পন্ত (উকেটকীপাৰ), আৰ আশ্বিন, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, ইশান্ত শৰ্মা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, উমেশ যাদৱ ৷

এদিনীয়া দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃ অঃ) শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চাহাল, কেদাৰ যাদৱ, মহম্মদ শ্বামী, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, নৱদ্বীপ চাইনী ৷

টি-20 দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ), শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, ৰাহুল চাহাৰ, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, দীপক চাহাৰ, নৱদ্বীপ চাইনী ৷

SPORTS DESK PLEASE ADD SHEET WITH HIGHLIGHTS ( ACCORDING TO DI SIR )
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.