ETV Bharat / sports

বিৰাটৰ অভিলেখ,সৌৰভৰ টুইট

দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় বিৰাট কোহলিয়ে ৷ কোহলিৰ অভিলেখৰ পিচতেই সৌৰভ গাংগুলীৰ টুইট ৷

বিৰাটৰ অভিলেখ, সৌৰভৰ টুইট
author img

By

Published : Aug 12, 2019, 5:48 PM IST

স্পৰ্টছ ডেস্ক, 12 আগষ্টঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হ’ল বিৰাট কোহলি ৷ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় বিৰাটে ৷ গাংগুলীৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ 11363 ৰান অতিক্ৰম কৰি এই অভিলেখৰ গৰাকী হয় বিৰাট ৷

  • Virat kohli another master class in one day cricket @imVkohli @BCCI .. what a player

    — Sourav Ganguly (@SGanguly99) August 11, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বিৰাটৰ এই অভিলেখৰ পিচতেই সৌৰভ গাংগুলীৰ টুইট ৷ এদিনীয়া ক্ৰিকেটৰ এগৰাকী মাষ্টাৰ ক্লাছ খেলুৱৈ বুলি অভিহিত কৰে গাংগুলীয়ে ৷ বৰ্তমান বিৰাটৰ নামত 238 খন এদিনীয়া মেচত আছে 11406 ৰান ৷ মেচখনত বিৰাটে 42তম শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ গাংগুলীয়ে নামত 311 খন এদিনীয়া মেচত আছে 11363 ৰান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.