ETV Bharat / sports

দলৰ সুৰক্ষা হৈছে আমাৰ প্ৰাধান্য বিষয়ঃ আইচিচি

author img

By

Published : Feb 25, 2019, 6:47 PM IST

আইচিচি অধ্যক্ষ শশাংক মনোহৰে দলৰ সুৰক্ষা আমাৰ প্ৰাধান্যতা বুলি জনায় ।

ICC

নিউজ ডেস্ক, ২৫ফেব্ৰুৱাৰীঃআন্তৰ্জাতিক ক্ৰিকেট সংস্থা চমুকৈ আইচিচিৰ অধ্যক্ষ শশাংক মনোহৰে শেহতীয়াকৈ জানিবলৈ দিয়ে যে, বিশ্বকাপত দলৰ সুৰক্ষা হৈছে প্ৰধান উদ্দেশ্য । তেওঁ জনায় যে, ডুবাইত আইচিচি বৰ্ডৰ সদস্যসকলৰ মাজত অনুষ্ঠিত হ'ব লগা আলোচনাত সুৰক্ষা সন্দৰ্ভত বিচিচিআইৰ আঁচনিৰ ওপৰত নজৰ ৰাখিব ।

Security is number 1 priority: ICC Chairman

দলৰ সুৰক্ষা হৈছে আমাৰ প্ৰাধান্যতা: আইচিচি অধ্যক্ষ

নিউজ ডেস্ক, 25 ফেব্ৰ্ুৱাৰী: আন্তৰ্জাতিক ক্ৰিকেট সংস্থা চমুকৈ আইচিচিৰ অধ্যক্ষ শশাংক মনোহৰে শেহতীয়াকৈ জানিবলৈ দিয়ে যে, বিশ্বকাপত দলৰ সুৰক্ষা হৈছে প্ৰধান উদ্দেশ্য । তেওঁ জনায় যে, ডুবাইত আইচিচি বৰ্ডৰ সদস্যসকলৰ মাজত অনুষ্ঠিত হ'ব লগা আলোচনাত সুৰক্ষা সন্দৰ্ভত বিচিচিআইৰ আঁচনিৰ ওপৰত নজৰ ৰাখিব । 

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.