ETV Bharat / sports

বিশ্বকাপ দলত স্থান সুনিশ্চিত কৰা সন্দৰ্ভত মন্তব্য ৰাহানেৰ

ভাৰতীয় ক্ৰিকেট দলৰ বেট্ছমেন আজিংকা ৰাহানেই বিশ্বকাপ দলত স্থান সুনিশ্চিত কৰাৰ বাবে আইপিএলৰ প্ৰদৰ্শন বহু গুৰুত্বপূৰ্ণ হ'ব বুলি মন্তব্য কৰে

AJINKYA RAHANE
author img

By

Published : Mar 16, 2019, 6:05 PM IST

নিউজ ডেস্ক, ১৬ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ বেট্ছমেন আজিংকা ৰাহানেই বিশ্বকাপ দলত স্থান সুনিশ্চিত কৰাৰ বাবে আইপিএলৰ প্ৰদৰ্শন বহু গুৰুত্বপূৰ্ণ হ'ব বুলি মন্তব্য কৰে । ৰাহানেই জনাই যে, অলাগতিয়াল চাপ লোৱাৰ পৰিৱৰ্তে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে সকলোৰে আগত নিজক প্ৰমান কৰাৰ বহু প্ৰয়োজন আছে ।

ETV BHARAT
AJINKYA RAHANE

৩০ বছৰীয়া আইপিএল ৰাজস্থান ৰ'য়েলছ্ দলৰ অধিনায়ক গৰাকী বৰ্তমান আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ ।

RAHANE ON WORLD CUP SPOT 

বিশ্বকাপ দলত স্থান সুনিশ্চিত কৰা সন্দৰ্ভত মন্তব্য ৰাহানেৰ

নিউজ ডেস্ক, ১৬ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ বেট্ছমেন আজিংকা ৰাহানেই বিশ্বকাপ দলত স্থান সুনিশ্চিত কৰাৰ বাবে আইপিএলৰ প্ৰদৰ্শন বহু গুৰুত্বপূৰ্ণ হ'ব বুলি মন্তব্য কৰে । ৰাহানেই জনাই যে, অলাগতিয়াল চাপ লোৱাৰ পৰিৱৰ্তে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে সকলোৰে আগত নিজক প্ৰমান কৰাৰ বহু প্ৰয়োজন আছে । 
 
৩০ বছৰীয়া আইপিএল ৰাজস্থান ৰ'য়েলছ্ দলৰ অধিনায়ক গৰাকী বৰ্তমান আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.