ETV Bharat / sports

ধোনীৰ সন্ন্যাসৰ পাচতেই ৰাজনৈতিক নেতা সকলৰ শুভেচ্ছা বাৰ্তা - অৰবিন্দ কেজৰিৱাল

অপেক্ষাৰ অন্ত পেলাই অৱশেষত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল'লে ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফলতম অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ ধোনীৰ অৱসৰ ঘোষণাৰ পাচতেই ক্ৰিকেটাৰগৰাকীক শুভেচ্ছা জ্ঞাপন বহু ৰাজনৈতিক নেতাৰ ৷

Politicos laud MS Dhoni for his contribution to Indian cricket

author img

By

Published : Aug 16, 2020, 6:43 PM IST

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ ইয়াৰ লগে-লগে বহু অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক দিয়ে শুভেচ্ছা বাণী ৷ পিচ পৰি নৰ'ল ৰাজনৈতিক নেতা সকলো ৷

  • I join millions of cricket fans across the globe to thank @msdhoni for his unparalleled contributions to Indian Cricket. His cool temperament has turned several hot encounters in India’s favour. Under his captaincy India was crowned World Champions twice in different formats.

    — Amit Shah (@AmitShah) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ধোনীৰ অৱসৰ গ্ৰহণৰ পাচতেই টুইট যোগে খেলুৱৈগৰাকীক দিয়ে শুভেচ্ছা ৷ শ্বাহে কয়, মই মিলিয়ন ক্ৰিকেট অনুৰাগীৰ সৈতে মিলিত হৈ ভাৰতীয় ক্ৰিকেটক দিয়া অনবদ্য অৱদানৰ বাবে ধোনীক ধন্যবাদ জ্ঞাপন কৰিছো ৷ তেওঁৰ শিতল স্বভাৱে বহু উষ্ম ক্ষণকো ভাৰতৰ পক্ষলৈ নিবলৈ সক্ষম হৈছে ৷ ধোনীৰ নেতত্বতেই ভাৰতে দুবাৰকৈ দুটা পৃথক ফৰ্মেটত বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

  • महेंद्र सिंह धोनी मात्र एक क्रिकेटर नहीं हैं, वह छोटे शहरों और सामान्य परिवार से आने वाले उन करोड़ों युवाओं की ‘हिम्मत’ हैं, जिनमें कुछ बड़ा करने का जज्बा है।

    उनके जीवन से एक बात हर महत्वाकांक्षी भारतीय को सीखनी चाहिए ‘Its Never Too Late’. #ThankYouDhoni

    — Shivraj Singh Chouhan (@ChouhanShivraj) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ধোনীক টুইট যোগে সৰু চহৰ কোটি-কোটি যুৱপ্ৰজন্মৰ বাবে সাহসৰ প্ৰতীক বুলি উল্লেখ কৰে ৷

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ধোনীয়ে ভাৰতবাসীক গৌৰৱ কৰাৰ অশেষ সুযোগ প্ৰদান কৰিছে বুলি কয় ৷

ইপিনে ৰাজ্যসভাৰ সাংসদ আৰু বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া এজন ক্ৰিকেট উৎসাহী আৰু মধ্য প্ৰদেশ ক্ৰিকেট এশ্ব’চিয়েছনৰ প্ৰাক্তন চেয়াৰমেনগৰাকীয়ে নিজকে ধোনী অনুৰাগী বুলি উল্লেখ কৰে ৷

  • I have had a long association with the game of Cricket and in appointing M S Dhoni as captain we were sure he would be one of India’s most successful captains.
    His contribution to cricket is unique and inspiring, and his record exemplary. My good wishes will always be with him. pic.twitter.com/RoyKr4Lhv0

    — Sharad Pawar (@PawarSpeaks) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন বিচিচিআই সভাপতি শ্বৰদ পৱাৰে কয়, ক্ৰিকেট খেলাৰ সৈতে মোৰ দীৰ্ঘদিনৰ সম্পৰ্ক আছিল আৰু ধোনীক অধিনায়ক হিচাপে নিয়োগ কৰাৰ ক্ষেত্ৰত আমি নিশ্চিত আছিলো তেওঁ ভাৰতৰ এজন সফলতম অধিনায়ক হিচাপে পৰিগণিত হ’ব ৷

  • One of India's finest Wicket-keeper-Batsman & Captain, M.S. Dhoni has announced retirement from International Cricket.
    All the best for his future!#MSDhoni

    — Ajit Pawar (@AjitPawarSpeaks) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰেও ধোনীক শুভেচ্ছা জ্ঞাপন কৰে ৷

  • So sorry to hear that #msdhoni retired half an hour ago. A true giant of the game, India's finest wicketkeeper-batsman & a transformative captain, he left a stamp on Indian cricket that defined an era. March on, Dhoniji. There will be other peaks to climb. https://t.co/Y4r8FBCO92

    — Shashi Tharoor (@ShashiTharoor) August 15, 2020 \" class="align-text-top noRightClick twitterSection" data=" \"> \

কংগ্ৰেছৰ নেতা শশী থাৰুৰে ধোনীক ভাৰতৰ আইটাইতকৈ উত্তম উইকেটকীপাৰ বেটছমেন আৰু এগৰাকী ৰূপান্তৰকামী অধিনায়ক যিয়ে ভাৰতীয় ক্ৰিকেটত মোহৰ মাৰি এটা যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-বিদায় বেলাত ধোনীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৰোহিত, গাংগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.