ETV Bharat / sports

বিদেশৰ মাটিত সবাতোকৈ সফল অধিনায়ক হিচাপে পৰিগণিত কোহলী

author img

By

Published : Aug 26, 2019, 7:01 PM IST

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ 318 ৰানত জয় সাব্যস্ত কৰাৰ লগতে বিদেশৰ মাটিত সবাতোকৈ সফল ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় বিৰাট কোহলী ৷ এই জয়ৰ পাছতে কোহলীয়ে প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীক অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

বিদেশৰ মাটিত সবাতোকৈ সফল অধিনায়ক হিচাপে পৰিগণিত কোহলী

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ 318 ৰানত জয় সাব্যস্ত কৰাৰ লগতে বিদেশৰ মাটিত সবাতোকৈ সফল ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় বিৰাট কোহলী ৷ এই জয়ৰ পাছতে কোহলীয়ে প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীক অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷ এয়া কোহলীৰ 12 সংখ্যক বিদেশৰ মাটিত টেষ্ট জয় ৷ তেওঁ 26 সংখ্যক মেচতে এই জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে,ইয়াৰ পৰিৱৰ্তে গাংগুলীয়ে 28 সংখ্যক মেচত এই সাফল্য লাভ কৰিছিল ৷

অধিনায়ক বিৰাট কোহলী

ইয়াৰোপৰি,কোহলী আৰু এম. এছ. ধোনীয়ে এতিয়া যুটীয়াভাৱে 27 খনকৈ টেষ্ট মেচত দলক নেতৃত্ব প্ৰদান কৰি জয়ী কৰাবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেচত ভাৰতীয় দলে 318 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে ভাৰতে দুখনীয়া টেষ্ট শৃংখলাত 1-0ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷

ভাৰতীয় দল

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.