ETV Bharat / sports

ভোট দিব নোৱাৰে কৰ্ণাটক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেছেদৰে

author img

By

Published : Apr 18, 2019, 9:17 AM IST

18 এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ কিন্তু ভোট দিব নোৱাৰে কৰ্ণাটক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে ৷

ভোট দিব নোৱাৰে কৰ্ণাটক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেছাদাৰে

নিউজ ডেস্ক, 18 এপ্ৰিলঃ 2019 লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে ৷ উল্লেখ্য যে, কৰ্ণাটক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেছাদাৰ হৈছে দ্ৰাবিড় ৷ ভোটাৰ তালিকাত নাম নথকাৰ বাবেই ভোটদান কৰাৰ পৰা বিৰত থাকিব লাগিব দ্ৰাবিড়ে ৷ দ্ৰাবিড়ে বাসগৃহ সলনি কৰাৰ পিচতেই নতুনকৈ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত নকৰাৰ ফলতেই এইবাৰ ভোটধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ৷ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰাৰ অন্তিম সময়সীমা আছিল 16 মাৰ্চ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.