ETV Bharat / sports

আজি দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ - দিল্লী কেপিটেলছ বনামৰ কিংছ ইলেভেন পাঞ্জাৱ

শনিবাৰৰ পৰা আৰম্ভ হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ মহাৰণ ৷ দেওবাৰে আইপিএলৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷

আজি দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
IPL 2020 DC vs KXIP
author img

By

Published : Sep 20, 2020, 5:00 PM IST

স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : আজি আইপিএল ত্ৰয়োদশ সংস্কৰণৰ যাত্ৰা আৰম্ভ কৰিব শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছ আৰু কে.এল ৰাহুল নেতৃত্বাধীন কিংছ ইলেভেন পাঞ্জাৱে ৷ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7.30 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইখন মেচ ৷ দুয়োটা দলৰে লক্ষ্য হ’ব জয়ৰে আইপিএলৰ 2020 বৰ্ষৰ শুভাৰম্ভণি কৰাৰ ৷ দিল্লী দলটোৰ হৈ শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, কাগিছ ৰাবাডাৰ ওপৰত সকলোৰে দৃষ্টি নিবিদ্ধ থাকিব ৷ আনহাতে পোন প্ৰথমবাৰৰ বাবে কিংছ ইলিভেন পাঞ্জাৱ দলৰ হৈ অধিনায়কৰ দায়িত্বত দেখা পোৱা যাব কে.এল ৰাহুলক ৷

দিল্লী আৰু পাঞ্জাৱ দলটোৱে বৰ্তমানলৈকে 24 খন মেচত মুখামুখি হৈছে য’ত দিল্লী দলটোৱে 10 বাৰ আৰু পাঞ্জাৱে 14 বাৰ জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে ৷

দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ

দিল্লী কেপিটেলছ দলৰ সদস্য : শ্ৰেয়াছ আয়াৰ (অঃ), ৰবি চন্দ্ৰন আশ্বিন, শিখৰ ধাৱন, পৃথ্বী শ্ব’, শিমৰণ হেটমেয়াৰ, কাগিছ ৰবাডা, আজ্যিংকা ৰাহানে, অমিত মিশ্ৰা, ঋষভ পন্ত, ইশান্ত শৰ্মা, এক্সৰ পটেল, সন্দীপ লমিচানে, কেম’ পল, ডেনিয়ল ছেম্স, মোহিত শৰ্মা, এৰিক নৰ্জে, এলেক্স কেৰী, আৱেশ খান, তুষাৰ দেশপাণ্ডে, হৰ্ষল পটেল, মাৰ্কাছ ষ্ট’ইনিছ, ললিত যাদৱ ৷

কিংছ ইলেভেন পাঞ্জাৱ দলৰ সদস্য : কে.এল ৰাহুল (অঃ), ময়ংক আগৰৱাল, শ্লেডন কট্ৰেল, ক্ৰীছ গেইল, গ্লেন মেক্সৱেল, মহম্মদ শ্বামী, মুজীৱ উৰ ৰহমান, কৰুণ নায়ৰ, জিমী নিছম, নিক’লছ পুৰণ, ইশান প’ৰেল, অৰ্শদ্বীপ সিং, মুৰুগন আশ্বিন, কৃষ্ণাপ্পা গৌতম, হৰপ্ৰীত ব্ৰাৰ, দীপক হুড্ডা, ক্ৰিছ জৰ্ডান, ছৰফৰাজ খান, মনদ্বীপ সিং, দৰ্শন নলকণ্ডে, ৰবি বিশ্ন’ই, প্ৰভছিমৰণ সিং, জগদীশ সুচিত, তজিন্দৰ সিং, হাৰ্ডছ বিলন ৷

লগতে চাওক-আই পি এল 2020 ৰ প্ৰথম মেচত চেন্নাই চুপাৰ কিংছৰ জয়লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.